Barnagar B.Ed. College, Sorbhog (Barpeta)



বৰনগৰ বি.এড. কলেজখন 1997 চনত স্থাপিত হৈছিল। মুঠ ছাত্ৰ-ছাত্ৰী নামভৰ্তি 100 টা। মহাবিদ্যালয়খন কৰ্কট ক্ৰান্তীয় অঞ্চলৰ পৰা 900 উত্তৰ দ্ৰাঘিমাংশত অৱস্থিত। ই ৰাষ্টীয় ঘাইপথ 31ৰ কাষত আছে। 



আপোনালোকে যদি কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে  তলত দিয়া Emailলত Contact কৰক।

Type- Suman Kakati