Baska College, Baganpara (Baksa) 


বাক্সা মহাবিদ্যালয়খন 1981 চনত স্থাপিত হৈছিল। মহাবিদ্যালকনৰ প্ৰধান শিক্ষকৰ নাম নাগেশ নাৰ্জা বাৰো, বাক্সা মহাবিদ্যালয়খনে গ্ৰাম্য জনসাধাৰণৰ বাবে বিশেষকৈ দৰিদ্ৰ শ্ৰেণিৰ লোকসকলৰ বাবে শিক্ষাৰ সুবিধা কঢিয়াই আনিছে। মহাবিদ্যালয়খনে অঞ্চলতোৰ সামগ্ৰিকভাৱে শিক্ষাৰ্থীসকলৰ প্ৰতিভা পুষ্টিৰ পথ প্ৰশস্ত কৰি আহিছে।


আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।


Type- Suman kakati