Basugaon College, Basugaon (Chirang) 



বসুগাঁও মহাবিদ্যালয়খন 1986 চনত স্থাপিত হৈছিল। টি.ডি.C (কলা)ৰ প্ৰথম বৰ্ষৰ শ্ৰেণী আৰম্ভ কৰা অনুমতিৰ আনুষ্ঠানিক পত্ৰ মহাবিদ্যালয়খনে 1988-89 চনৰ অধিৱেশনত প্ৰাপ্ত কৰিছিল। 

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

Type- Suman kakti