Bhawanipur Anchalik College, Bhawanipur (Barpeta) 



ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় 1982 চনত স্থাপিত হৈছিল। কলেজখনৰ প্ৰধান শিক্ষকৰ নাম মুকুন্দা শৰ্মা আৰু কলেজখনৰ ৰাষ্ট্ৰপতিজনৰ নাম ধৰণী ধণ তালুকদাৰ এম.এ বি.টি। এইখন ভৱানীপুৰ  গ্ৰাম্য অঞ্চলৰ এখন উচ্চ ডিগ্ৰী মহাবিদ্যালয়। কলেজখনত এটা পুথিঁভৰাল আছে। ভৱানীপুৰ আঢ্চলিক মহাবিদ্যালয় গুৱাহাটি বিশ্ববিদ্যালয় সংযোজিত হয়। 

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেবলে তলত দিয়া Emailলত Contact কৰক।

Type- Suman Kakati





Post ID :DABP004985