Bhuragaon College, Bhuragaon (Morigaon) 



ভূৰাগাওঁ মহাবিদ্যালয়খন 1988 স্থাপিত হৈছিল আৰু 2002 চনত গুৱাহাটি বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হৈছিল। ভূৰাগাওঁ মহাবিদ্যালয় হৈছে অসম ৰাজ্যৰ মৰিগাঁৱৰ এখন স্থানীয় সংস্থা অনুমোদিত মহাবিদ্যালয়, মহাবিদ্যালয়সনত 11 বিঘা মাটি আছে। কলেজখনত এটা পুথিঁভৰাল আছে। 

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

Type- Suman Kakati





Post ID : DABP004989