Bijni College, Bijni (Chirang)
বিজনী মহাবিদ্যালয়খন 1969 চনত স্থাপিত হৈছিল। মহাবিদ্যালয়খনৰ প্ৰদান শিক্ষকৰ নাম হল ড. বিৰহাশ গিৰি বসুমতাৰী, মহাবিদ্য়ালয়খনে আইডল আৰু কেকেএইচএছঅ'ইউডৰ অধীনত দূৰৱৰ্তী মোড পাঠ্যক্ৰমৰ শাখাৰ উপৰিও কলা আৰু বিজ্ঞান দুয়োটা শাখা সফলতাৰে চলাই আছে।
আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।
Type- Suman Kakati
Post ID :DABP004990