Bilasipara College, Bilasipara (Dhubri


বিলাসীপৰা মহাবিদ্যালয়খন 1960 চনত স্থাপিত হৈছিল। স্বাধীনতা পিছত এই স্থানীয় এলেকাৰ এজন জ্ঞানী লোকে এই অৰ্থনৈতিকভাৱে পিছপৰা ঠাইখনৰ শিক্ষা আৰু উন্নতিৰ বাবে এখন মহাবিদ্যালয় স্থাপনৰ প্ৰয়ুজনীয়তা অনুভৱ কৰিছিল। শুভাকাংক্ষীসকলে মহাবিদ্যালয়খনৰ বাবে প্ৰৰ্যাপ্ত পুঁজি সংগ্ৰহ কৰাৰ সকলো প্ৰচেষ্টা চলাইছিল। পুঁজি সংগ্ৰহ কৰাৰ বাবে শিক্ষাৰ্থীসকলে সঘনাই বজাৰ, মেলা, ৰাজহুৱা সমাৱেশত ভিক্ষাৰ বাতি হাতত লৈ গৈছিল। তেওঁলোকে চুবুৰীয়া গাওঁৱাসীৰ পৰা ধান,মাহ আদিও সংগ্ৰহ কৰিছিল।

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে  তলত দিয়া Emailলত Contact কৰক।

Type- Suman Kakati 





Post ID :DABP004998