Birjhora Mahavidyalaya, Bongaigaon (Bongaigaon) 


বীৰঝৰা মহাবিদ্যালয়খন 1986 চনত স্থাপিত হৈছিল। কলেজখনৰ প্ৰধান শিক্ষকৰ নাম খানিন্দ্ৰ কোমাৰ শৰ্মা। পাহাৰৰ উচৰত অৱস্থিত হোৱাৰ বাবে মহাবিদ্যালয়খনে আকৰ্ষণীয় পৰিৱেশ প্ৰদান কৰে। ইয়াত এটা হাই-টেক কম্পিউটাৰ পৰীক্ষাগাৰৰ সৈতে এটা লাইব্ৰেৰী আছে। মহাবিদ্যালয়খন গুৱাহাটি বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত আছে।

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

Type- Suman Kakati