Biswanath College, Chariali (Sonitpur) 



বিশ্বনাথ মহাবিদ্যালয়খন  1960 চনৰ 7 ছেপ্তেম্বৰত স্থাপিত হৈছিল। বিদ্যালয়খন বিশ্বনাথ জিলাৰ শোণিতপুৰ চাৰিআলিত অৱস্থিত। মহাবিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ নাম হল ড. চিন্ত মণি শৰ্মা, বিশ্বনাথ মহাবিদ্যায়ইইউজিচিৰ দ্বাৰা ধাৰা 2 এফৰ অধীনত স্বীকূতি লাভ কৰিছিল আৰু গুৱাহাটি বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত এখন বহুমুখী সহশিক্ষা মহাবিদ্যালয়।  

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

Type-Suman Kakati