Biswanath College of Education, Chariali (Sonitpur) 


বিশ্বনাথ শিক্ষা মহাবিদ্যালয়খন 1992 চনত স্থাপন হৈছিল। মহাবিদ্যালয়খন গুৱাহাটি বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত আৰু ৰাষ্টীয় শিক্ষা শিক্ষক পৰিষদৰ দ্বাৰা স্বীকূত এক ব্যক্তিগতভাৱে পৰিচালিত মাধ্যমিক শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান। কলেজখনত এটা পুথিঁভৰাল আছে। 

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

Type- Suman Kakati