.Biswanath Commerce College, Biswanath (Sonitpur)


বিশ্বনাথ কমাৰ্চ মহাবিদ্যালয়খন 1987 চনত স্থাপিত হৈছিল। মহাবিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ নাম হল শ্ৰীযুত ক্ষিতিশ সাহিত্য। কলেজখনত 2007 চনত এইচ.এছ পাঠ্যক্ৰমত কলা শাখা আৰম্ভ কৰা হৈছিল। মহাবিদ্যালয়খনে বাণিজ্য শাখা বিষয়বোৰত মুখ্য পাঠ্যক্ৰম আগবঢ়াই আনি আছে যেনে একাউণ্টেন্সি, বূত্তি আৰু ব্যৱস্থাপনা। বিদ্যালয়খনত প্ৰায় 11ৰ পৰা 12 গ্ৰেড আছে। বিদ্যালয়খনত ব্যক্তিগত ভৱন আছে, বিদ্যালয়খন এটা পুথিঁভৰাল আছে য'ত 700খন কিতাপ আছে।

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত Emailলত Contact কৰক।

Type-Suman Kakati