ভৱকূপে পৰি ৰৈলো...

দিহা : ভৱকূপে পৰি ৰৈলো দেহৰে মনভাই 

তিনি ডালে বন্দী হৈ মই নেদেখো উপায়।

পদ : এই দেহা যেন জড়ায়ে গঠিত 

ইন্দ্ৰিয় সংযম হুই।। 

পঞ্চখানে আসি পঞ্চতত্ত্ব হুই

দেহাতে থাকয় শুই।। 

নিৰাকাৰ ৰূপে আকাৰ ধৰিয়া

আছন্ত হৃদিত মনে। 

আকাৰত জীৱ বুলিয়ো জানিবা

নিৰাকাৰে বায়ু বোলে।। 

শুনা ভক্তলোক স্নেহে বঙ্গে হৰি

গুৰু ৰূপ ৰেখা চিন্তন ধিয়ান

 বুলি বাহা হৰি হৰি।।

হৃদি কমলত ধৰি।