অম্বিকাগিৰী ৰায়চৌধুৰী


অম্বিকাগিৰী ৰায়চৌধুৰী ( ১৮৮৫-১৯৬৭) ঃ অম্বিকাগিৰী ৰায় চৌধুৰী এজন কবি, সাহিত্যিক আছিল। ১৮৮৫ চনৰ ১৮ ডিচেম্বৰ বৰপেটাত তেখেতৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম আছিল কৃষ্আণ ৰাম ৰায়চৌধুৰী আৰু  মাতৃৰ নাম দৈৱকী দেৱী। তেখেতে মাত্ৰ অষ্টম শ্ৰেণীলৈহে পঢ়িছিল। তাৰ পাছত তেখেতে স্বাধীনতা আন্দোলনত যোগদান কৰিলে। ১৯০৪ চনত তেখেতে গুৱাহাটীত 'এনাৰ্কিষ্ট ' দল গঠন কৰে। ১৯০৭ চনত বন্দিনী ভাৰত নামৰ নাটক এখন ৰচনা কৰি মঞ্চস্থ কৰে। ১৯২৭ চনত তেখেতে গুৱাহাটীত সংগীত বিদ্যালয় স্থাপন কৰে। তেখেতৰ পত্নীৰ নাম কৌশল্যা ৰায়চৌধুৰী। তেখেতৰ তিমিগৰাকী কন্যা আৰু এটা লৰা সন্তান আছে।  


Type- DIKHA BORA