BMBB Commerce College, Guwahati
বিএমবিবি কমাৰ্চ মহাবিদ্যালয়খন 2001 চনত স্থাপিত হৈছিল। এইখন গুৱাহা়টি বিশ্ববিদ্যালয় অধীনত এখন বেচৰকাৰী অনুমোদিত ডিগ্ৰী মহাবিদ্যালয়। স্বৰ্গীয় বিনোদ মাল্লা বুজাৰ বৰুৱাৰ নাম মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। 2006 চনত বিএমবিব কমাৰ্চ মহাবিদ্যালয়খন অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা পৰিসদৰ দ্বাৰা সংযুক্ত হয়। 2008 চনত এই মহাবিদ্যালয় B.com শ্ৰেণীও আৰম্ভ কৰা হয়। ইয়াৰ পিছত 2012 চনত বিএমবিব কমাৰ্চ মহাবিদ্যালয়খন গুৱাহাটি বিশ্বিবিদ্যালয়ৰ দ্বাৰা সংযুক্ত হয়।
আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দগিব বিচাৰে তেনেহেলে তলত দিয়া Emailলত Contact কৰক।
Type- Suaman Kakati