Bongaigaon College, Bongaigaon 



বঙাইগাঁও মহাবিদ্যালয়খন 8 জুলাই 1964 চনত স্থাপিত হৈছিল। মহাবিদ্যালয়খন প্ৰধান শিক্ষকৰ নাম হল ৰূপাঞ্জলি দেৱী। গুৱাহাটি বিশ্ববিদ্যালয়ৰ অধীনত প্ৰাক-বিশ্ববিদ্যালয় (কলা) শ্ৰেণী মুকলি কৰাৰ লগে লগে ইয়াৰ এক নম্ৰ আৰম্ভণি হৈছিল। ডিগ্ৰী বাণিজ্য শ্ৰেণীসমূহ 1978 চনত আৰম্ভ হৈছিল।  

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

Type- Suman Kakati