অধ্যায়ঃ ১১ 

আকবৰ আৰু বীৰবল


1.

আকাবৰঃ আকাশত কিমান তৰা আছে, বীৰবল তুমি হিচাপ কৰি উলিয়ালানে ?

বীৰবলঃ হয় জাহাপানা, তিনি কৌটি তিনি লাখ ত্ৰিশ হাজাৰ তিনিশ তেত্ৰিছ টা । যদি বিশ্বাস হোৱা নাই, আপুনি গণি চাওক।

2.

আকবৰঃ বীৰবল, যোৱা ৰাতি এটা সপোন দেখিলো ষ সপোনত তুমি এটা পায়খানাত পৰিছা আৰু মই এটা মৌৰ পাত্ৰত পৰিছোঁ ।

বীৰবলঃ সপোনত বাকীখিনি মই দেখিলোঁ ।

আকবৰঃ কি দেখিলা ?

বীৰবলঃ আপুনি মোক চেলেকি আছে আৰু মই আপোনাক ।



সংগ্ৰাহকঃ অপূৰ্ব কাকতি (Apurba Kakati)







Post ID : DABP005709