শ্ৰীগণেশ

    👉Download Book PDF
    👉Online Exam Click Here
    👉MCQs


১। পৰমপিতা ব্ৰহ্মাই দেৱতাসকলক কি বুলি পৰামৰ্শ দিছিলে?

উত্তৰঃ পৰমপিতা ব্ৰহ্মাই দেৱতাসকলক এই বুলি পৰামৰ্শ দিছিল যে যিয়ে নিজ নিজ বাহনত উঠি পৃথিৱী সাতবাৰ প্ৰদক্ষিণ কৰি সকলোৰে আগত আহি মোৰ ওচৰ পাবহি তেওঁকে সৰ্বশ্ৰেষ্ঠ বুলি ধৰা হ'ব আৰু তেওঁৰে পূজাৰ সকলোতকৈ আগতে হ'ব।   


২। গণেশৰ বাহন কি আছিল?  

উত্তৰঃ গণেশৰ বাহন নিগনি আছিল।


৩। সকলোতকৈ আগতে গণেশে কেনেকৈ পৃথিৱী প্ৰদক্ষিণ কৰিলে? 

উত্তৰঃ গণেশে কৈলাসলৈ গৈ মাক আৰু দেউতাক প্ৰণাম কৰি ব্ৰহ্মলোকলৈ গল। মাতৃ সাক্ষাৎ পৃথিৱীৰ সমান পিতৃ স্বং নাৰায়ণ, যাৰ ব্ৰহ্মাণ্ডত নিবাস। এনেদৰে গণেশে পৃথিৱীৰ প্ৰদক্ষিণ কৰিলে। 


৪। গণেশক প্ৰথম পূজাৰ যোগ্য বুলি ভবাৰ কাৰণ কি? চমুকৈ লিখা।

উত্তৰঃ গণেশক প্ৰথম পূজাৰ যোগ্য় বুলি ভবাৰ কাৰণ হ'ল তেওঁৰ তাত  উৰিব পৰা জন্তু নাছিল এটা নিগনিহে আছিল। তেওঁ পিতৃ-মাতৃক শ্ৰদ্ধাৰ কৰাৰ বাবে দেৱতাসকলৰ ভিতৰত গণেশহে প্ৰথম পূজাৰ যোগ্য় হ'ল।     




Author- Bikash Bora 

Check by - Mukesh Borah



Post ID : DABP004693