অধ্যায়ঃ ৮ 

প্ৰেমিক আৰু প্ৰেমিকা


1.

প্ৰেমিকঃ হেল্লো, তুমি এতিয়া ক'ত আছা?

প্ৰেমিকাঃ মই আৰু দেউতাই আমাৰ 'ইনোভা' (গাড়ীৰ নাম) খনত গৈ আছোঁ। 'বিশাল'ত কিছু শ্বপিং কৰিম, পাছত দেউতা মানে পাপাই মোক পাণবজাৰত দ্ৰপ কৰিব আৰু তাতেই তুমি মই লগ হ'ম দিয়া। বাৰু তুমি এতিয়া ক'ত আছা ?

প্ৰেমিকাঃ তুমি গৈ থকা 'মেজিক' গাড়ীখনৰ পাওদানিত ধৰি ওলমি গৈ আছোঁ।

2.

প্ৰেমিকাঃ বিয়াৰ পাছত মই তোমাৰ দুখৰ সমভাগী হ'ম।

প্ৰমিকঃ কিন্তু, মোৰতো কোনো দুখ নাই।

প্ৰেমিকাঃ মই বিয়াৰ পাছৰ কথাহে কৈছোঁ। বিয়াৰ পাছৰ পৰাহে পুৰুষৰ দুখ আৰম্ভ হয়।


সংগ্ৰাহকঃ অপূৰ্ব কাকতি (Apurba Kakati)