Chariduar College, Gohpur (Sonitpur)
চাৰিদুৱাৰ মহাবিদ্যাৰলয়খন 1967 স্থাপিত হৈছিল। ইয়াক শিক্ষা বিভাগে পৰিচলনা কৰে। ই নগৰ অঞ্চলত অৱস্থিত, চাৰিদুৱাৰ মহাবিদ্যালয়খন গুৱাহাটি বিশ্ববিদ্যালয় লগত সংযুক্ত, বিঞ্জান শখা ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তা উপলব্ধি কৰি, বিঞ্জান শাক্ষা 1987 চনত আৰম্ভ কৰিছিল, আৰু 1998 চনত ঘাটি অনুদান-ইন-এইডছৰ অধীনত ৰখা হৈছিল।
আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।
Type- Suman Kakati