Chatia College, Sootia (Sonitpur) 


চতিয়া মহাবিদ্যালয়খন 1971 চনত স্থাপিত হৈছিল। বিদ্যালয়খনৰ পৰ্ধান শিক্ষকৰ নাম হ'ল স্বপ্ন কুমাৰ কলিতা। চতিয়া মহাবিদ্যালয়খন হৈছে অসমৰ বিশ্বনাথ জিলসাৰ চুতিয়াত উচ্চ শিক্ষাৰ এক প্ৰতিষ্ঠান। বিদ্যালয়খনৰ 15 ইয়াৰ নিজৰ মাটি যিয়ে প্ৰায় 54 বিঘা মাটি আৱৰি আছে। চতিয়া মহাবিদ্যালয় হৈছে সব্ৰোচ্চ শৈক্ষিক মানদণ্ড, বিভিন্ন শৈক্ষিক কাৰ্যসূচী, বিশাল অনুষদ, আৰু বিভিন্ন সহ-পাঠ্যক্ৰমৰ কাৰ্যকলাপ।

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

Type- Suman Kakati