Chilarai College, Golakganj (Dhubri)
চিলাৰাই মহাবিদ্যালয়খন 1973 চনত স্থাপিত কৰা হৈছিল। মহাবিদ্যালয়খন 1987 চনত ঘটি অনুদান-সহায়ক প্ৰণালী অধনলৈ অনা হৈছিল আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউজিচি) 2001 চনত ইউজিচি আইন 2 (এফ) আৰু 12 (বি)ৰ অধীনত মহাবিদ্যালয়খন তালিকাভূক্ত কৰা হৈছিল। চিলাৰাই মহাবিদ্যালয়খন ধুবুৰীৰী প্ৰথখন মহাবিদ্যালয় যাক 2004 চনৰ 4 আৰু 5 অক্টোবৰ বাংগালোৰৰ ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকূতি পৰিষদে (এনএএচি) পুৰস্কূত কৰিছিল।
আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।
Type- Suman Kakati