Chunari College (Chunari)
চুনাৰী মহাবিদ্যালয়খন 1988 চনত স্থাপিত হৈছিল। মহাবিদ্যালয়খনে প্ৰথমতে গুৱাহাটি বিশ্ববিদ্যালয় অধীনত বি.এ.ৰ ডিগ্ৰী কাৰ্যসূচী প্ৰৱৰ্তন কৰে। মহাবিদ্যালয়খনে আইডল, জিইউ আৰু কেকেএইচএছঅইডৰ পৰা দূৰৱৰ্তী শিক্ষণ পাঠ্যক্ৰমো চলাই আছে।
আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।
Type- Suman Kakati