College of Education, Boko (Kamrup) 



শিক্ষা মহাবিদ্যালয়খন 1998 চনৰ 31 মে স্থাপন কৰা হৈছিল। বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ নাম হল ডঃ মেৰী চৌধুৰী, মহাবিদ্যালয়খনে 1999-2000 শিক্ষাঅধিৱেশনৰ পৰা যুৱ প্ৰত্যাশীসকলক নমামভৰ্তি দিয়া প্ৰস্তাৱ দিয়া আৰম্ভ কৰিছিল। মহাবিদ্যালয়খন গুৱাহাটি বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত, বিদ্যালয়খনত পঢ়িব পৰাকৈ এটা পুথিঁভৰাল আছে।

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিীব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।


Type- Suman Kakati