College of Education, Guwahati (Kamrup)



শিক্ষা মহাবিদ্যালয়খন 1987 চনত 20 আগষ্টত স্থাপন কৰা হৈছিল। মহাবিদ্যা৩লয়খনৰ প্ৰধান শিক্ষকৰ নাম হল ডঃ অনিতা বৰুৱা চাৰমাহ। ই খ্ৰীষ্টানবস্তিত অৱস্থিত, গুৱাহাটি বিশ্ববিদ্যালয়খনৰ অধীনত বি.এড কাৰ্যসূচী আগবঢ়োৱা এক বেচৰকাৰী শিক্ষক শিক্ষা প্ৰতিষ্ঠান। বিদ্যালয়খন গুৱাহাটি বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত আৰু ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদৰ দ্বাৰা স্বীকূতি। 

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

Type- Suman Kakati