College of Education, Morigaon



শিক্ষা মহাবিদ্যালয় মৰিগাঁওখন 1994 চনত স্থাপিত হৈছিল। মহাবিদ্যালয়খন গুৱাহাটি বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত আৰু ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদৰ (এনচিটিই) দ্বাৰা স্বীকূতি। 1991 চনত মৰিগাঁওক জিলা হিচাপে ঘো।ণা কৰাৰা পাছত ইয়াৰ প্ৰতিষ্ঠা কৰা হয়, অৰ্থনৈতিক আৰু শৈক্ষিকভাৱে মৰিগাঁগ অসমৰ পিছপৰা জিলাসমূহৰ ভিতৰত এখন, এনে পৰিস্থিতত মৰিগাঁৱৰ কিছু সচেতনা জ্যেষ্ঠ নাগৰিকে ''শিক্ষা মহাবিদ্যালয় মৰিগাঁও'' নামেৰে শিক্ষক প্ৰশিষঁ প্ৰতিষ্ঠান স্থাপনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰে। যোগ্য় প্ৰশিক্ষিক শিক্ষক প্ৰশিক্ষিত কৰি অঞ্চলটোত গুণগত শিক্ষাৰ প্ৰচাৰৰ উদ্দেশ্যৰে মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল।

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।


Type- Suman Kakati