College of Education, Nagaon
নগাঁও শিক্ষা মহাবিদ্যালয়খন 1992 চনত স্থাপিত হৈছিল। ই অসমৰ অন্যতম প্ৰধান শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান। ইয়াৰ শ্ৰেণীসমূহ প্ৰথমে নগাঁৱৰ ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈছিল। ইয়াৰ শিক্ষক কৰ্মচাৰীসকলৰ পৰ্যাপ্ত সংখ্যাক দক্ষ আৰু সংৰ্পিত শিক্ষক শিক্ষাবিদ আছে, সকলো প্ৰয়োজনীয় কিতাপৰ সৈতে এটা ডাঙৰ পুথিঁভৰাল আছে। আৰু ইয়াৰ বহুমুখী পৰীক্ষাগাৰ, কম্পিউটাৰ পৰীক্ষাগাৰ, ইনডৰ গ্ৰেম আদিৰ বাবে সাধাৰণ শ্ৰেণী কোঠাৰ বাবে এটা ডাঙৰ হলৰ সৈতে ভৱন আছে।
আপোনালোকে যদি এউই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।
Type- Suman Kakati