Dakshin Guwahati B.Ed. College, Guwahati



দক্ষিণ গুৱাহাটি বি.এড মহাবিদ্যালয়খন 1993 চনৰ 20 আগষ্টত স্থাপন কৰা হৈছিল। মহাবিদ্যালয়খন এটা উদ্দেশ্যৰে চলে যাৰ উদ্দেশ্য হৈছে প্ৰতিবন্ধকতা অতিক্ৰম কৰা সকলো ক্ষেত্ৰত শিক্ষাৰ্থীসকলক মানদণ্ডৰ শিক্ষাৰ সংস্পৰ্শ প্ৰদান কৰা আৰু শিক্ষাৰ ক্ষেত্ৰত আটাইতকৈ প্ৰতিষ্ঠিত মহাবিদ্যালয় একতা হিচাপে একত্ৰিত কৰা। কলেজখনৰ মূল উদ্দশ্য হৈছে প্ৰতিভাশীল শিক্ষক প্ৰস্তুত কৰা যাতে তেওঁলোকে শিক্ষাৰ্থীসকললক ভালদৰে ঞ্জান দিব পাৰে।  

আপোনালোকে যদি এই কলেজখৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত  Contact কৰক।

TYPE-SUMAN KAKATI