Dr. Anita Baruah Sarmah College of Education, Guwahati (Kamrup)




ডঃ অনিত বৰুৱা চাৰমাহ শিক্ষা মহাবিদ্যালয়খন 2004 চনত স্থাপিত এখন শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, মহাবিদ্যালয়খন আগতে নেৰিম এডুকেশ্যনেল চছাইটিয়ে শিক্ষৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ নাম আৰু শৈলীত প্ৰতিষ্ঠা কৰিছিল। আনহাতে 2006 চনত এনইআৰআইএম এডুকেশ্যনেল চছাইতিৰ অন্যতম মুখ্য প্ৰতিষ্ঠাপক ডঃ অনিতা বৰুৱা চাৰ্মাহৰ অকাল মূত্যুৰ পাছত মহাবিদ্যালয়কনৰ নাম সলনি কৰি ডঃ অনিত বৰুৱা চৰ্মাহ কলেজ অৱ এডুকেশ্বন কৰা হয়।

আপোনালোকে যদি এই কলেজখসনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহেলে তলত দিয়া Emailলত Contact কৰক।

Type- Suman Kakati