Dr. B. K. B. College, Puranigudam (Nagaon)
ডঃ বি.কে.বি কলেজ পুৰণীগুড়ামখন 1967 স্থাপিত হৈছিল। মহাবিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ নাম হল ডঃ নূপেস চন্দ্ৰ দাস এম.এ.,এল.এল.বি.,পিএইচ.ডি.। ক্ৰমান্বয়ে এক পাৰ্থক্যৰ সৈতে উচ্চ শিক্ষাৰ এক মুখ্য প্ৰতিষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰিছে। মহাবিদ্যালয়খনৰ নাম ড০ বিৰিঞ্চ কুমাৰ বৰাহ নামেৰে ৰখা হৈছিল, মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত দুবছৰীয়া উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম আৰু কলাৰ গুৱাহাটি বিশ্ববিদ্যালয়ৰ অধীনত তিনি বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম আগবঢ়ায়।
আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।
Type- Suman Kakati