F.A. Ahmed College, Goraimari, Tukrapara (Kamrup)


 এফ.এ আহমেদ মহাবিদ্যালয়খন 1984 চনত স্থাপিত হৈছিল মহাবিদ্যালয়খন গুৱাহাটি বিশ্ববিদ্যালয়লৈ আফ্লিয়াট কৰা হয়। গাৰোমাৰীত প্ৰতিষ্ঠা হোৱা মানৱ-শক্তি উৎপাদনকাৰী উদ্যোগৰ পৰা উচ্চ শিক্ষিত লোক সূষ্টি কৰা সপোন বাহিৰত আছিল। সকলোৰে মাজত কেইজন মানে উচ্চ শিক্ষাৰ প্ৰয়েজনীয়তা উপলব্ধি কৰিব পাৰে। নিয়মীয়া শ্ৰেণী আৰম্ভ হোৱাৰ সময়ত আব্দুল কাইযুম আল আমানে মহাবিদ্যালয়খনৰ সন্মানীয়অধ্যাক্ষ হিচাপে  অগ্ৰগ্ৰামী দায়িত্ব গ্ৰহণ কৰিছিল। 

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

TYPE- SUMAN KAKATI