Fakiragram College, Fakiragram (Kokrajhar) 



ফকিৰাগ্ৰাম মহাবিদ্যালয়খন 1994 চনত স্থাপিত হৈছিল। আটাইতকৈ পিছপৰা এলেকাত ফকিৰগ্ৰাম মহাবিদ্যালয়ে নিম্নতম ব্যয়ত অৰ্থনৈতিক আৰু সামাজিকভাৱে অবিকশৰ শিক্ষাৰ্থীসকলৰ বাবে ভাল শিক্ষা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। 56 বিঘা ভূমিৰ এলেকাত আৱৰি থকা এই বিদ্যালয়খন এতিয়া শিক্ষক আৰু শিক্ষাৰ্থী কৰ্মচাৰী দুয়োৰে বাবে প্ৰয়োজনীয়া সুবিধা প্ৰদান কৰি আছে। মহাবিদ্যালয়খন শিক্ষাৰ্থীসকলৰ মাজত এফচি বুলি জমপ্ৰিয়। গুৱাহাটি বিশ্ববিদ্যালয়ৰ লগত সংযুক্ত এই মহাবিদ্যালয়খন ইয়াৰ শৈক্ষিক মানদণ্ডৰ বাবে ব্যাপকভাৱে স্বীকূত।

আপোনালেকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

TYPE- SUMAN KAKATI