Gauhati Commerce College, Guwahati (Kamrup) 






গুৱাহাটী কমাৰ্চ কলেজ স্থাপিত হৈছিল ১৯৬২ চনৰ ১০ ছেপ্টেম্বৰত। এই কলেজখন আৰ. জি. বৰাহ ৰোড চান্দমাৰী গুৱাহাটীৰ উত্তৰ প্ৰান্ত অৱস্থিত। ইয়াৰ শিক্ষাৰ্থীসকলে প্ৰতিবছৰে শীৰ্ষস্থান দশল কৰে। এই বিদ্যালয়খনৰ অধীনত অনুৰ্ধ স্নাতক আৰু স্নাতোকোত্তৰ পৰীক্ষাত শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শন অতুলনীয়। এই কলেজখনৰ শিক্ষা বহুত ভাল। 

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

Type- DIKHA BORA