Ghanakanta Baruah College, Morigaon (Morigaon) 



  

ঘনকান্ত বৰুৱা কলেজখন ১৯৯৩ চনত প্ৰতিস্থা কৰা হৈছিল। এই মহাবিদ্যালয়খন মৰিগাঁও জিলাৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰধান প্ৰতিস্থান। এই মহাবিদ্যালয়খন জাগীৰোড মৰিগাঁও ঘাইপথৰ কাষত অৱস্থিত। এই মহাবিদ্যালয়খনৰ প্ৰধান শিক্ষক ডঃবিষ্ণু প্ৰসাদ উপাধ্যায়। এি মহাবিদ্যালয়খনত এটা ডাঙৰ লাইব্ৰেৰী আছে। লাইব্ৰেৰীত সাত হাজাৰ কিতাপ আছে। কিতাপখন নিয়াৰ একসপ্তাহৰ পাছত কিতাপ ঘূৰাই দিব লাগিছিল। 


আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।


DIKHA BORA 

Morigaon (Assam)