Girls' College Kokrajhar, Kokrajhar (Kokrajhar)





গাৰ্লচ কলেজ স্থাপন হৈছিল ১৯১৯০ চনত। এই বিদ্যালয়খনৰ প্ৰতিস্থাপক অধ্যক্ষ স্বৰ্গীয় ফনিন্দ্ৰ নাথ বহ্ম। মহাবিদ্যালয়খন প্ৰথমতে ৰাজহুৱা দান, বৰঙণিৰ ওপৰত নিৰ্ভৰশীল আছিল। ৩১.০৫.২০২০ খন কিতাপ আছে লাইব্ৰেৰীটোত। 


আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।


DIKHA BORA 

Morigaon (Assam)