Goalpara College, Goalpara (Goalpara)
গোৱালপাৰা কলেজখন প্ৰতিস্থা কৰা হৈছিল ১৯৫৫ চনত। এই মহাবিদ্যালয়খনৰ বৰ্তমান প্ৰধান শিক্ষক গুৰুপদ চ. শৰ্মা। এই মহাবিদ্যালয়খনত পুথিভঁৰালটো সম্পূৰ্ণৰূপে কম্পিউটাৰাইজ। মহাবিদ্যালয়খনৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলক সম্পদৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰে। এই মহাবিদ্যালয়খনত উচ্চ শিক্ষা প্ৰদান কৰা হয়।
আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।
DIKHA BORA
Morigaon (Assam)