Habraghat Mahavidyalaya, Krishnai (Goalpara)




হাব্ৰাঘাট মহাবিদ্যালয়খন 29 আগষ্ট 1979 চনত স্থাপিত হৈছিল। বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ নাম হল মন্টু কুমাৰ দাস, মহাবিদ্যালয়খনে মেজৰৰ সৈতে কলা অনুষদত দুবছৰীয়া উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম আৰু তিনি বছৰিয়া স্নাতক পাঠ্যক্ৰম আগবঢ়াই আহিছে, যাৰ ভিতৰত আছে মেজৰ ইন অসম, আৰবী, ইংৰাজী, অৰ্থনীতি, শিক্ষা, ৰাজনৈতিক বিঞ্জান, ইতিহাস আৰু গণিত। 

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

 TYPE-SUMAN KAKATI