Halakura College, Mahamayahat (Dhubri) 




হালাকুৰা মহাবিদ্যালয়খন 1991 স্থাপিত হৈছিল। বিদ্যালয়খন হৈছে অসমৰ ধুবুৰী জিলাৰ আগোমণি খণ্ডৰ অন্তৰ্গত মহামায়াহাটত অৱস্থিত এখন সাধাৰণ ডিগ্ৰী মহাবিদ্যালয়। মহাবিদ্যালয়খন গুৱাহাটি বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত। এই মহাবিদ্যালয়খনে কলাৰ বিভিন্ন স্নাতক ডিগ্ৰী আগবঢ়ায়। 

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

Type- Suman Kakati