Handique Girls College, Guwahati




হাণ্ডিক গাৰ্লছ কলেজখন 1939 চনত স্থাপিত হৈছিল। বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ নাম হয় উত্তপল দত্ত, হাণ্ডিক গাৰ্লছ কলেজখন গুৱাহাটি বিশ্ববিদ্যালয়ৰ এখন সংবিধানি মহাবিদ্যালয়। ই অসমৰ আটাইতকৈ পুৰণি মহাবিদ্যালয়ৰ ভিতৰত এখন, বিদ্যালয়খনে কলা আৰু বিঞ্জানত স্নাত ডিগ্ৰী আগবঢ়ায়। শ্ৰীমতী ৰাজবলা দাস মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। মহাবিদ্যালয়খন প্ৰথমতে চহখনৰ পানবজাৰত অঞ্চলত অৱস্থিত আছিল। 1980 চনত বৰ্তমান স্থানলৈ স্থানান্তৰিত হোৱাৰ লগে লগে মবহাবিদ্যালয়খনৰ নাম সলনি কৰি হাণ্ডিক গাৰ্লছ কলেজ ৰখা হয়। বিদ্যালয়খন কলিকতা বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত। 1948 চনত প্ৰষ্ঠাতা হোৱাৰ পাছত বিদ্যালয়খন গুৱাহাটি বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হৈ পৰে।  

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

Type- Suman Kakati