Hatsingimari College, Hatsingimari, Dhubri
হাটশিঙিমাৰি মহাবিদ্যালয়খন 1987 চনত স্থাপিত হৈছিল। মহাবিদ্যালয়খনৰ প্ৰদান শিক্ষকৰ নাম হল ডঃ বোকতিয়াৰ খিলজী, মহাবিদ্যালয়খনৰ নগৰৰ 42 একৰ ( 170,000 মি2 ) বিশাল চৌহদত অৱস্থিত আৰু এনেদৰে ইয়াত পৰ্যাপ্ত ক্ৰীড়া আন্তঃগাঁথনি, বিস্তূত ঘাহঁনি, এটা প্ৰশাসনিক খণ্ড, এটা কেন্দ্ৰীয় পুথিভঁৰাল, এটা হোষ্টেল কোমপ্লেক্স, অটা পুখুৰী, এটা কেন্টিন, এটা স্বাস্থ্য কেন্দ্ৰ আৰু অটা চৌহদত সুসজ্জিত বিঞ্জান পৰীক্ষাগাৰ আৰু কম্পিউটাৰ সুবিধা আছে।