Hindustan College, Guwahati


হিন্দুস্তান মহাবিদ্যালয়খন 2016 চনত স্থাপিত ই গুৱাহাটি বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত, হিন্দুস্তান মহাবিদ্যালয় গুৱাহাটিয়ে আইতি, মেনেজমেন্ট, বিঞ্জান, মিডিয়া আৰু গণ যোগাযোগ, ডিজাইন, পেৰামেডিকেল নামৰ 6 টা শাখাত 36 টা পাঠ্যক্ৰমতা আগবঢ়ায় আৰু ডিগ্ৰী যেনে বিএছচি,বি.এ বিবিএ+এমবিএ, বিবিএ, বি.কম হোষ্টেল ইয়াৰ শিক্ষাৰ্তীসকলৰ বাবে উপলব্দ নহয়। অতিৰিক্ত সুবিধা যেনে গণিত পৰীক্ষাগাৰ, একাডেমিক জোন, এ/চি, এভি লেব, কেন্টিন, কম্পিউটাৰ লেবও আছে। 

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

Type- Suman kakati




Post ID :DABP004707