পাঠ ১১

দশমিক ভগ্নাংশ


1. দশমিকত লিখাঃ

(i) 25 সহস্ৰাংশ





(ii) 13 অযুতাংশ





(iii) 3059 অযুতাংশ





2. দশমিক বিন্দু ব্য়ৱহাৰ কৰি প্ৰকাশ কৰাঃ








3. তলত দিয়া সংখ্য়াবোৰ স্থানীয় মানৰ তালিকাত লিখোঁ আহাঃ


4. তলৰ দশমিক সংখ্য়াকেইটাৰ অংকবিলাকৰ স্থানীয়মান নিৰ্ণয় কৰি বিস্তৃত ৰূপত লিখা।

(i) 543.28




(ii) 4275.198




5. তলৰ দশমিক সংখ্য়াবিলাক সাধাৰণ ভগ্নাংশলৈ নিয়া一

(a) 4.3




(b) 0.01




(c) 1.1




(d) 60.01




(e) 4.0108





6. দশমিকত প্ৰকাশ কৰা।

(a) ন দশমাংশ = 0.9

(b) পাঁচ দহক আৰু সাত দশমাংশ = 50.7

(c) আঠ দহক, তিনি একক আৰু চাৰি দশমাংশ = 83.4

(d) পাঁচ শতাংশ = 0.05

(e) চাৰি সহস্ৰাংশ = 0.004

(f) তিনি শতক পাঁচ একক আৰু সাত শতাংশ = 305.07


7. অংকৰে লিখা।

(a) শূণ্য় দশমিক এক দুই পাঁচ = 0.125

(b) পাঁচ দশমিক চাৰি = 5.4

(c) সাত দশমিক শূণ্য় তিনি = 7.03

(d) তেইশ দশমিক শূণ্য় তিনি পাঁচ = 23.035

(e) তিনি হাজাৰ চাৰিশ ঊনসত্তৰ দশমিক শূণ্য় শূণ্য় আঠ = 3479.008


8. আখৰেৰে লিখা।

(a) 0.2 = শূণ্য় দশমিক দুই

(b) 1.05 = এক দশমিক শূণ্য় পাঁচ

(c) 0.003 = শূণ্য় দশমিক শূণ্য় শূণ্য় তিনি

(d) 131.25 = এশ একত্ৰিছ দশমিক দুই পাঁচ

(e) 2175.439 = দুহেজাৰ এশ পঁয়সত্তৰ দশমিক চাৰি তিনি ন


9. দশমিক সংখ্য়াবোৰ স্থানীয়মান তালিকাত লিখা।









10. বিস্তৃত ৰূপত লিখা।

(a) 




(b) 




(c) 








(d) 




(e) 




7. দশমিকত প্ৰকাশ কৰাঃ














8. দশমিকত প্ৰকাশ কৰাঃ
















9. তলৰ সাধাৰণ ভগ্নাংশবোৰক দশমিকত প্ৰকাশ কৰাঃ




10. লঘিষ্ঠ আকাৰত প্ৰকাশ কৰাঃ




11. খালী ঠাই পূৰ কৰা (দশমিক ব্য়ৱহাৰ কৰিবা)

(a) 3 মিমি = 0.3 চেমি

(b) 45 মিমি = 4.5 চেমি

(c) 50 মিমি = 5 চে মি

(d) 1 চেমি = 0.01 মি

(e) 10 চেমি = 0.1 মি

(f) 500 চেমি = 5 মি


12. তলত দিয়া সংখ্য়াকেইটা সংখ্য়াৰেখাৰ কোন দুটা পূৰ্ণ সংখ্য়াৰ মাজত থাকিব আৰু কোনটো পূৰ্ণ সংখ্য়াৰ ওচৰত হ'ব?

(a) 6.9

    এই সংখ্য়াটো সংখ্য়াৰেখাত 6 আৰু 7 ৰ মাজত থাকিব। আৰু ই 7 ৰ ওচৰত হ'ব।


(b) 0.7

    এই সংখ্য়াটো সংখ্য়াৰেখাত 0 আৰু 1 ৰ মাজত থাকিব। আৰু ই 1 ৰ ওচৰত হ'ব।


(c) 31.4

    এই সংখ্য়াটো সংখ্য়াৰেখাত 31 আৰু 32 ৰ মাজত থাকিব। ই 31 ৰ ওচৰত হ'ব।


(d) 25.07

    এই সংখ্য়াটো সংখ্য়াৰেখাত 25 আৰু 26 ৰ মাজত থাকিব। আৰু ই 26 ৰ ওচৰত হ'ব।



13. প্ৰতিযোৰ সংখ্য়াৰ কোনটো ডাঙৰ নিৰ্ণয় কৰাঃ

(i) 0.849, 0.819

⇒0.849 > 0.819

><

(ii) 3.614, 6.616

 3.614 < 6.616


(iii) 120.5, 120.05

⇒ 120.5 > 120.05


(iv) 5010.02, 5010.002

⇒ 5010.02 > 5010.002


(v) 10001.01, 10010.1

⇒ 10001.01 < 10010.1


(vi) 156.333, 156.33

⇒ 156.333 > 1566.33



13. শুদ্ধটোত শুদ্ধ(✓) আৰু অশুদ্ধটোত অশুদ্ধ(X) চিন দিয়া।

(i) 42.5 = 42.50 

⇒ X

(ii) 361.05 < 361.005

⇒ X

(iii) 2.43 < 24.3

⇒ X

(iv) 0.080 > 0.0080

⇒ 

(v) 0.75 < 0.755

⇒ 



14. ঊধ্বক্ৰমত সজোৱাঃ

(i) 15.73, 157.3, 1.573, 1573

⇒ 1.573, 15.73, 157.3, 1573


(ii) 48.69, 68.69, 48.96, 86.66

⇒ 48,69, 4896, 68.69, 86.66, 


(iii) 1020.01, 1002.01, 1202.10, 10.2001

⇒ 10.2001, 1002.01, 1020.01, 1202.10


(iv) 0.005, 0.05, 0.0005, 0.5

⇒ 0.0005, 0.005, 0.05, 0.5



15. অধঃক্ৰমত সজোৱা

(i) 67.54, 67.45, 76.54, 67.054, 67.55

⇒ 76.54, 67.55, 67.54, 67.45, 67.054


(ii) 75.7, 75.07, 7.507, 75.007

⇒ 75.7, 75.07, 75.007, 7.507


(iii) 24.38, 28.42, 42.24, 82.42, 48.42

⇒ 82.42, 48.42, 42.24, 28.42, 24.38


(iv) 143.63, 243.63, 234.36, 134.41, 143.633

⇒ 243.63, 234.36, 143.633, 143.63, 134.41



16. দশমিক বিন্দু ব্য়ৱহাৰ কৰি পৰিৱৰ্তন কৰা।

(a) টকালৈঃ 

    (i) 15 পইচা - 0.15 টকা

    (ii) 70 পইচা - 0.7 টকা

    (iv) 75 পইচা - 0.75 টকা

    (v) 675 পইচা - 6.75 টকা

    (vi) 705 পইচা - 7.05 টকা



(b) মিটাৰলৈঃ

    (i) 35 চেমি - 0.35 মিটাৰ

    (ii) 90 চে মি - 0.9 মিটাৰ

    (iii) 270 চেমি - 2.70 মিটাৰ

    (iv) 7 মিটাৰ 70 চেমি - 7.7 মিটাৰ

    (v) 305 চেমি - 3.05 মিটাৰ


(c) কিলোমিটাৰলৈঃ

    (i) 5 মিটাৰ - 0.005 কিমি

    (ii) 500 মিটাৰ - 0.5 কিমি

    (iii) 50 মিটাৰ - 0.05 কিমি

    (iv) 750 মিটাৰ - 0.75 কিমি

    (v) 7050 মিটাৰ - 7.05 কিমি

    (vi) 7005 মিটাৰ - 7.005 কিমি


(d) কিলোগ্ৰামলৈঃ

    (i) 15 গ্ৰাম - 0.015 কিগ্ৰা

    (ii) 20 গ্ৰাম - 0.02 কিগ্ৰা

    (iii) 505 গ্ৰাম - 0.505 কিগ্ৰা

    (iv) 550 গ্ৰাম - 0.55 কিগ্ৰা

    (v) 5725 গ্ৰাম - 5.725 কিগ্ৰা

    (vi) 15050 গ্ৰাম - 15.050 কিগ্ৰা

    

    

17. শুদ্ধবোৰত শুদ্ধ(✓) আৰু অশুদ্ধবোৰত অশুদ্ধ(X) চিন দিয়া। উশুদ্ধকেইটা শুদ্ধকৈ লিখা।

(i) 1 মি মি = 0.1 চে মি 

⇒ 


(ii) 400 মি = 0.04 কিমি

⇒ X

শুদ্ধটো হৈছে - 400 মি = 0.4 কিমি


(iii) 800 মি = 0.8 কিমি

⇒ 




⇒ 


(v) 2785 চেমি = 27.85 মি

⇒ 


(vi) 7525 গ্ৰাম = 7.525 কিগ্ৰা

⇒ 




⇒ 


(viii) 1752 মিগ্ৰা =1.752 গ্ৰাম

⇒ 


(ix) 1 মিলি = 0.001 লিটাৰ

⇒ 


(x) 3485 মিলি = 3.485 লিটাৰ

⇒ 



অনুশীলনী

1. যোগফল উলিওৱাঃ

(a) 0.506 + 0.03 + 3.14 + 56.198

= 59.874


(b) 37.31 + 405.85 + 10.0015 + 9.9

463.0615


(c) 635 + 42.8 + 0.001 + 627 + 1.29

1,306.091


(d) 4.096 + 26.3 + 543.15 + 42.915

616.461



2. তলৰ সংখ্য়াবোৰ উৰ্ধ্বক্ৰমত সজাই যোগফল উলিওৱা।

(i) 94.5, 69.59, 427.001, 3.42, 0.05

⇒ 0.05, 3.42, 69.59, 94.5, 427.001

যোগফলটো হৈছে 一 594.561


(ii) 146.23, 50.64, 426.53, 6.09, 78.35

⇒ 6.09, 50.64, 78.35, 146.23, 426.53

যোগফলটো হৈছে 一 707.84



3. বিয়োগ কৰা।

(i) 370.69 ৰ পৰা 89.005

= 370.69 - 89.005

= 281.685


(ii) 6.01 ৰ পৰা 0.008

= 6.01 - 0.008

= 6.002


(iii) 575 ৰ পৰা 305.62 

= 575 -305.62

= 269.38


(iv) 606.5 ৰ পৰা 399.89

= 606.5 - 399.89

= 206.61



4. মীৰা, অনিমা আৰু ৰহিমা তিনিও বান্ধৱীয়ে ওজন জোখা যন্ত্ৰৰ সহায়ত নিজৰ নিজৰ ওজন চালে। তেওঁলোকৰ ওজন ক্ৰমে 36.145 কিগ্ৰা, 35.916 কিগ্ৰা আৰু 38.016 কিগ্ৰা তেওঁলোকৰ মুঠ ওজন কিমান?

উত্তৰঃ তেওঁলোকৰ মুঠ ওজন = 36.145 কিগ্ৰা + 35.916 কিগ্ৰা + 38.016 কিগ্ৰা

= 110.077 কিগ্ৰা।


5. গ্ৰন্থমেলাৰ পৰা প্ৰতাপে চাৰিখন কিতাপ কিনিলে। কিতাপ কেইখনৰ দাম ক্ৰমে 175.25 টকা, 205.50 টকা , 400 টকা আৰু 213.60 টকা। চাৰিখন কিতাপৰ বাবে প্ৰতাপৰ কিমান টকা খৰচ হ'ল?

উত্তৰঃ মুঠ টকা খৰচ হ'ল = 175.25 টকা + 205.50 টকা + 400 টকা + 213.60 টকা

= 994.35 টকা।


6. মোজাম্মিলে মাক দেউতাকৰ লগত বন্ধত ফুৰিবলৈ গৈছিল। তেওঁলোকে 4.575 কিমি ৰিক্সাৰে, 425.5 কিমি ৰে'লেৰে আৰু 25.425 কিমি বাছেৰে গৈছিল। তেওঁলোকে মুঠ কিমান কিমি গৈছিল?

উত্তৰঃ সিহঁতে যোৱা মুঠ দূৰত্ব = 4.575 কিমি + 425.5 কিমি + 25.425 কিমি

= 455.5 কিমি।


7. ৰমেনৰ দেউতাকে বজাৰৰ পৰা 15.500 কিগ্ৰা চাউল, 2.250 কিগ্ৰা মচুৰদাইল, 2.500 কিগ্ৰা আলু, এক কিগ্ৰা পিয়াঁজ, 3.075 কিগ্ৰা আটা কিনিলে। তেওঁ কিনা বস্তুৰ মুঠ ওজন কিমান?

উত্তৰঃ ৰমেনৰ দেউতাকে কিনা মুঠ বস্তুৰ ওজন = 15.500 কিগ্ৰা + 2.250 কিগ্ৰা + 2.500 কিগ্ৰা + 1 কিগ্ৰা + 3.075 কিগ্ৰা

= 24.325 কিগ্ৰা।


8. এজন গাখীৰ ব্য়ৱসায়ীৰ পাত্ৰত মুঠতে 17 লিটাৰ 790 মিলি গাখীৰ আছিল। তাৰে তেওঁ এজনক 2.750 লিটাৰ  আৰু আন এজনক 5 লিটাৰ 375 মিলি গাখীৰ বিক্ৰী কৰিলে। পাত্ৰটোত কিমান গাখীৰ অৱশিষ্ট থাকিল?

উত্তৰঃ 17.790 লিটাৰ - ( 2.750 লিটাৰ + 5.375 লিটাৰ )

= 17.790 লিটাৰ - 8.125 লিটাৰ

= 9.665 লিটাৰ।


9. ডেভিদ আৰু নয়নতৰাৰ ওজন ক্ৰমে 57.5 কিগ্ৰা আৰু 49.750 কিগ্ৰা। কাৰ ওজন বেছি?

উত্তৰঃ ডেভিদৰ ওজন বেছি।


10. দুটা সংখ্য়াৰ পাৰ্থক্য় 213.79। যদি ডাঙৰ সংখ্য়াটো 749.53 তেন্তে সৰুটো কি?

উত্তৰঃ সৰু সংখ্য়াটো হৈছে = 749.53 - 213.79

= 535.74


11. ধৰা হ'ল কোনো এখন ঠাইৰ পৰা আন এখন ঠাইলৈ দূৰত্ব 375.250 কিমি। এজন লোকে এই দূৰত্বৰ প্ৰথম 135.175 কিমি বাছেৰে পিছৰ 120.750 কিমি ৰে'লেৰে গ'ল। আনখন ঠাই পাবলৈ আৰু কিমান দূৰ বাকী থাকিল?

উত্তৰঃ 375.250 কিমি - ( 135.175 কিমি + 120.750 কিমি )

= 375.250 কিমি - 255.925 কিমি

= 119.325 কিমি


12. সৰল কৰা।

(a) 93.48 - 61.07 + 10899 -77.5

= 63.9

(b) 401.55 - 31.21 - 47.6 - 135.73

= 187.01

(c) 19.6 + 71.43 + 66.76 - 92.3

= 65.43

(d) 61.36 + 83.04 - 172.53 + 201.37

= 173.24

- Hiru Moni Bora



Post ID : DABP003278