পাঠ ৮
পৰিমাণৰ তুলনা
অনুশীলনী 8.3

1. তলৰ লেনদেনবোৰত কিমান লাভ বা লোকচান হৈছে কোৱা। প্ৰত্য়েক ক্ষেত্ৰতে লাভ বা লোকচানৰ শতাংশ উলিওৱা।

(a) এটা বল 300 টকাত কিনি 450 টকাত বেচিলে। 
⇒ লাভ হৈছে = 450 - 300 = 150 টকা।



= 50%

(b) এটা TV 10,000 টকাত কিনিলে আৰু 15,500 টকাত বেচিলে।
উত্তৰঃ লাভ হৈছে = 15,500 - 10,000 = 5,500 টকা



= 55%

(c) এটা আলমাৰি 5,000 টকাত কিনিলে আৰু 3,500 টকাত বেচিলে।
উত্তৰঃ লোকচান হৈছে = 5,000 - 3,500 = 1,500 টকা।



= 30%

(d) এটা চোলা 400 টকাত কিনিলে আৰু 280 টকাত বেচিলে।
উত্তৰঃ লোকচান হৈছে = 400 - 280 = 120 টকা।



= 30%


2. এটা অঞ্চলৰ জনসংখ্য়া 45,000 ৰ পৰা 42,000 লৈ হ্ৰাস পালে। হ্ৰাসৰ শতকৰা উলিওৱা।
উত্তৰঃ হ্ৰাস পোৱা জনসংখ্য়াৰ পৰিমাণ = 45,000 - 42,000 = 3,000




3. এখন কিতাপ 250 টকাত কিনি আনি 190 টকাত বিক্ৰী কৰিলে। তেওঁৰ লাভ বা লোকচানৰ শতকৰা হাৰ কিমান?
উত্তৰঃ কিতাপখন বিক্ৰী কৰোঁতে হোৱা লোকচান = 250 - 190 = 60 টকা



∴ লোকচানৰ শতকৰা হাৰ হৈছে = 


4. ৰোহণে এটা টি.ভি. 10,500 টকাত কিনিলে আৰু 30% লাভত বেচিলে। টি.ভি.টোৰ বেচাদাম নিৰ্ণয় কৰা।
উত্তৰঃ টি.ভি.টো বেচোঁতে হোৱা লাভ হৈছে = 10,500 x 30% = 3,150
∴ টি.ভি.টোৰ বেচাদাম হৈছে = 10,500 + 3,150 = 13,650 টকা।


5. সুমনাই এখন গাড়ী 2,50,000 টকাত কিনি 2,30,000 টকাত বিক্ৰী কৰিলে। তেওঁৰ লাভ বা লোকচানৰ শতকৰা হাৰ কিমান?
উত্তৰঃ তেওঁৰ লোকচান হৈছে = 2,50,00 - 2,30,000 = 20,000 টকা



∴ লোকচানৰ শতকৰা = 8%

6. 15% লাভ কৰি এখন মটৰচাইকেল 23,000 টকাত বেচিলে। মটৰ চাইকেলখনৰ কিনাদাম কিমান?























7. ৰতনে এটা আলমাৰি 6,250 টকাত কিনি 24% লোকচানত বিক্ৰী কৰিলে। আলমাৰিটোৰ বিক্ৰীমূল্য় কিমান?















8. শতকৰা বছৰি 8 টকা সুতত 5,000 টকাৰ 3 বছৰৰ সুত নিৰ্ণয় কৰা।
উত্তৰঃ শতকৰা বছৰি 8 টকা সুতত 5,000 টকাৰ 3 বছৰৰ সুত হৈছে 






9. ডালিমীয়ো এবছৰৰ বাবে বছৰি 5% হাৰত 120 টকা সুত দিয়ে। তেওঁ কিমান টকা ধাৰলৈ লৈছিল?























10. 1,25,000 টকাৰ 10% সুতৰ 1 বছৰ 6 মাহৰ সুত উলিওৱা।


























11. শতকৰা বছৰি 12 টকা সুতত 1500 টকাৰ 2 বছৰ 9 মাহৰ সুত আৰু সবৃদ্ধিমূল উলিওৱা।


Post ID : DABP003302