🎵Song: ল'ৰালি (Lorali)🎵

▶Singer: Mon jajabor(UD) 

▶Lyrics- Mon jajabor(UD) 

▶Music- Joon junak

▶Audion Studio: Tinisukia

▶Mixed by: Joon Junak

Lyrical video: Dharitry puja

Co-producer: Rupam talukdar

Lyrics-

ল'ৰালিৰে কুক ভাক 

ফুটা নুফুটা মাতি 

আকাশলে 

উৰি যোৱা মুকলি চিলা 

নাৰিকলৰে খোলা 

বাৰি ভৰাই গদা সজা 

লগৰিয়াৰ সতে মিলি

ভাওনাৰে বচন মতা

আমি যেন আছিলো সৌ

দুৰণিৰ আকাশৰে এবুকু নীলা

দিনৰ ভাগৰ পঢ়াৰ পাটি 

পঢ়াৰ কথা যাওঁ পাহৰি 

নাই লেখা নাই বেথা

মনত থাখে ৰঙীন আশা

অ ল'ৰালি আহ উভতি

বুকুচাতে উঠি শুনু সাধু কথা 

গধুলিৰে নামঘৰ 

দবাৰ কোবত ওচৰ পাওঁ

তুমি চিও বৃত্তি মোৰ 

মন খুলি উজাৰি গাও

বিমান মধুৰ সেই সময় 

আহৰি নাই নাই কোনো ভয় 

ৰঙীন মনৰ ৰঙীন কথা 

সপোন ৰঙৰ মালা গঠা

অ ল'ৰালি আহ উভতি

টোপনি যাব খোজো বুকুতে লৈ 

 বালিমাহীৰ সেউজীয়া কোট 

নৰাৰ মাজৰ লেচেৰি থোক 

লগৰ সৈতে বিচাৰি যাওঁ

হাজাৰ সুখক কাষতে পাওঁ 

অ আঘোণ তই সচাই আপোন 

ওভতাই লৈ যা ল'ৰালিক চাওঁ

লৰালিৰে কুক ভাক 

ফুটা নুফুটা মাত 

দিনঘুৰি দৌৰি ফুৰা 

নান ৰঙৰ কত খেলা 

আমি যেন আছিলো সৌ 

আকাশলে উৰি য়োৱা মুকলি চিলা 

আকাশলে উৰি য়োৱা মুকলি চিলা 

ল'ৰালিৰে কুক ভাক 

ফুটা নুফুটা মাত 

আকাশলে উৰি যোৱা মুকলি চিলা