Click to PDF 


অধ্যায়-6

ত্ৰিভূজ আৰু ইয়াৰ ধৰ্ম

অনুশীলনী: 6.1


1)এটা ত্ৰিভূজৰ মধ্যমা কিমানডাল?

Soln→এটা ত্ৰিভূজৰ মধ্যমা 3 ডাল।


2)এটা ত্ৰিভূজৰ উন্নতিৰ সংখ্যা কিমান?

Soln→এটা ত্ৰিভূজৰ 3 ডাল উন্নতি থাকে।


3)এটা ত্ৰিভূজ আকাঁ আৰু মধ্যমাবোৰ প্ৰদৰ্শন কৰা?

Soln→

ABC ত্ৰিভূজৰ

AF, BD আৰু CF তিনিডাল মধ্যমা।     



4)এটা ত্ৰিভূজ আকিঁ ইয়াৰ উন্নতিবোৰ প্ৰদৰ্শন কৰা?

Soln→

ABC  ত্ৰিভূজৰ 

BCত টনা AD লম্ব বা উন্নতি।

ACত টনা BE লম্ব বা উন্নতি।     

ABত টনা CF লম্ব বা উন্নতি।


5)△LMN  ৰ  LM বাহুৰ বিপৰীত কোণটো উল্লেখ কৰা।

Soln→ সমকোণী ত্ৰিভূজ 

MNLৰ LM বাহুৰ বিপৰীত 

 কোণটো ∠N                        



6)ΔPQR ৰ শীৰ্ষবিন্দু Q ৰ বিপৰীত বাহুটো উল্লেখ কৰা?

Soln→

ΔPQRৰ শীৰ্ষবিন্দু

Qৰ বিপৰীত বাহুটো হ’ল PR     


          


7)ΔRSTৰ  RT বাহুৰ বিপৰীত শীৰ্ষবিন্দুটো উল্লেখ কৰা?

Soln→

ত্ৰিভূজ RST ৰ

RT বাহুৰ বিপৰীত শীৰ্ষবিন্দুটো            

হ’ল∠S                                               



8)(i)শুদ্ধ উওৰটোত বাচি উলিওৱা।

ΔPQR ৰ PM এডাল

(a)মধ্যমা (b)উন্নতি         

(c)QRৰ সমদ্ধিখণ্ডক (D)ΔPQR ৰ বাহু

Soln→ (d)উন্নতি


(ii)যদি ΔPQRৰ  QRৰ মধ্যবিন্দু D হয় তেন্তে PD এডাল

(a)QR লম্বসমদ্ধিখণ্ডক  (b)উন্নতি

(c) মধ্যমা (d)QRৰ বিপৰীত বাহু     

Soln→ (c)মধ্যমা।



Type - Pompi Hazarika



Post ID : DABP004067