যেনি যাবা সোণ




যেনি যাবা সোণ

যেনি যাবা সোণ

পাবা জোন মোৰ নামত

মই নহ'লে নহব তোমাৰ

নুবুজিবা জীৱনৰে সাথৰ


সঁচা কথাটি কৈ থ'লো মই

লাগিলেও লাগিব জগৰ

মই নহ'লে নহ'ব তোমাৰ

নুবুজিবা জীৱনৰে সাথৰ

সঁচা কথাটি কৈ থ'লো মই

লাগিলেও লাগিব জগৰ

যেনি যাবা......


আমি তোমাৰ কাষৰতে থাকি

সেন্দুৰীয়া সজামে মই

তোমাৰেই জীৱনত আঁতৰি আঁতৰি মোকে এৰি

কেনিও নাপাবা তুমি

বিচৰা সপোনক

প্ৰতি তোমাৰ কাষৰতে থাকি

সেন্দুৰীয়া সজামে মই

তোমাৰেই জীৱনক

আঁতৰি আঁতৰি মোকে এৰি

কেনিও নাপাবা তুমি

বিচৰা সপোনক

বিচৰাখিনি তোমাৰ স'তে

গ'লেও নগ'লে পামেই

চপাই নলও লেথা দুগুণে

নেলাগে সহায় তোমাৰ নালাগে।।

নিদিও নিদিও

নিদিও  এখোজো

তোমাৰ সোণ কথা মতে


খোজে খোজে প্ৰতি খোজে

তুমি পিচলি পিচলি পৰিবা

মোৰ অবিহনে

যদি ধৰা আহি দুহাহতে

লৈ যাব পাৰো তোমাক

সপোনৰ দেশলে'।।


বলিয়া নহও মই যাবলে'

খালে বামে তোমাৰ লগতে।।

ভৰ যৌৱনত তোমাক আদৰি

মৰিব নোখোজো মই নিগমে

নেলাগে সাৰথি

নেলাগে সাৰথি

নাযাও মই নৰকলৈ।

যেনি যাবা সোণ............