হিয়া দহে



হিয়া দহে বুকু ভাগে

আজি দেখোন নিমিষতে।।


কাৰ বাবে মই 

উৰিছো আকাশত

কিহৰ আকশাৰে

মায়াবী সপোন হৈ।।

ৰূপালী মন  আলসুৱা

নেদেখে আন্ধাৰকো

হিয়া দহে বুকু.....................


কোনোবা জোনৰ পোহৰে মাতিলে

মন গহনত 

ৰঙা ৰং সিঁচিলে।।

সুৰে সুৰে গানে গানে

প্ৰেমৰ জোনাকী মাথোঁ।

হিয়া দহে বুকু............