দুচকুৰে নিলিমাতে


 দুচকুৰে নিলিমাতে

সামৰিলো তোমাকে মই

সপোনৰে তুমিকাৰে 

আঁকি গ'লো তোমাকে মই

হৃদয়ৰে বৰণী মোৰ

দুহাতে চোৱা এবাৰ

কাণে কাণে কোৱাহি মোক

নিবিড় কথা এষাৰ

তোমাতে মই

মই তোমাৰ


সু সৰু সৰু প্ৰতিপল

আজি তোমাতে হয় দেখো বিলিন

মোৰ সন্মুখতে

সকলো ভবা কথাবোৰ

আজি থমকে

আজি থমকে

মোৰ কলিজাতে

এন্ধাৰে গছকা

সপোনৰ পুৱা 

কেতিয়াকে চাম 

তোমাৰ স'তে কোৱা 

তোমাতে মই

মই তোমাৰ।◾