চকুতে কি ধুমুহা


নিয়ৰ চকুতে কি ধুমুহা

বাখৰগোলা বুকুতে মৰম দিলা

অ' মালবিকা মালবিকা

অ' মালবিকা মালবিকা


সৰি পৰা তৰা পাতত

তোমাৰ নামত এটি..

লিখি লিখি আঙুলি মোৰ

আজি কিয় ভাগি নপৰা

শোণিতৰে নৈ মোৰ

তোমাৰ নামেৰে বৈ যোৱা


অ' মালবিকা...

নিয়ৰ নিয়ৰ

চকুতে কি ধুমুহা 

আখৰগোলা বুকুতে মৰম দিলা

পাৰি থোৱা দলিচাতে 

হেঁপাহৰে চৈ মোৰ

তোমাৰ নামতে সজাম।◼