জোনাক গলা জাৰৰ নিশা


জোনাক গলা জাৰৰ নিশা 

মূৰ থৈ সেতা সেতেলীত

গণি গণি আঙুলি মূৰত

আছে কিমান চকুৰ পানী

সুখৰ চিকুণ মণি 

মই বাগৰা নাই

জীৱন হেৰোৱা নাই

গলি  গলি প্ৰতি দিনে 

পলে পলে জীৱন বলে 

ক'ত নো বিচাৰিবি কৰুণা হাত

বিচাৰি ফুৰিম প্ৰতি দিন

প্ৰতি দিন

মই ভগৰা নাই

জীৱন হেৰোৱা নাই


মৰম চেনেহ তেনেই তাকৰ

নিলিম তোমাৰ চকুৰ বাখৰট

মৰম হেনেহ তেনেই তাকৰ

নিলিম তোমাৰ চকুৰ বাখৰ

পোহাৰাবানে আহি খিৰিকিমুখত

সাজৰ তৰাটি হৈ

তৰাটি হৈ 

মই ভাগৰা নাই

জীৱন হেৰোৱা নাই 

জোনাক ভৰা....।◼