প্ৰথম অধ্যায়ঃ

সমলসমূহৰ চমু পৰ্যালোচনা ঃ সাহিত্যিক আৰু পুৰাতাত্ত্বিক 


Additional Question & Answer 

অতি চমু প্ৰশ্ন( Very short Questions)

১। মহাকাব্যৰ যুগত প্ৰাচীন অসম কি নামেৰে জনা গৈছিল ?

( Ancient Assam was known by which name during the age of the epics)

উত্তৰঃ মহাকাব্যৰ যুগত প্ৰাচীন অসম কামৰূপ বা প্ৰাগজ্যোতিষপূৰ নামেৰে জনা যায় ।


২। আচম কথাৰ অৰ্থ কি ? ( What is the meaning of the word Acham'') 

উত্তৰঃ আচম কথাৰ অৰ্থ হল অপাৰাজেয় বা অতুলনীয় ।


৩। প্ৰাচীন অসমৰ প্ৰথমটো ঐতিহাসিক ৰাজবংশৰ নাম কি আছিল ?

( What is the name of the historical dynasty of Assam?)

উত্তৰঃ প্ৰাচীন অসমৰ প্ৰথমটো ঐতিহাসিক ৰাজবংশৰ নাম হল বৰ্মণ বংশ ।


৪। প্ৰাচীন অসমৰ তথ্য যোগান ধৰা এখন ব্ৰাহ্মণ গ্ৰন্থ উল্লেখ কৰা । 

( Mention the Brahmana literature which contains information about ancient Assam )

উত্তৰঃ প্ৰাচীন অসমৰ তথ্য যোগান ধৰা এখন ব্ৰাহ্মণ গ্ৰন্থ হল গো-পথ ব্ৰাহ্মণ ।


৫। অৰ্থশাস্ত্ৰৰ ৰচক কোন ? 

( Who was the author of Arthasastra?

উত্তৰঃ অৰ্থশাস্ত্ৰৰ ৰচক হল কৌটিল্য ।


৬। বৃহৎ সংহিতাৰ ৰচক কোন ? 

( Who was the author of Brihat Sanhita)

উত্তৰঃ বৃহৎ সংহিতাৰ ৰচক হল বৰাহমিহিৰ ।


৭। ৰাজতৰঙ্গিণীত উল্লেখ থকা জীয়ৰীগৰাকীৰ নাম কি ? 

( What was the name of the Assam girl mentioned in the Rajtarangini?)

উত্তৰঃ ৰাজতৰঙ্গিনীত উল্লেখ থকা জীয়ৰীগৰাকীৰ নাম হল অমৃতপ্ৰভা ।


৮। হিউৱেন-চাঙৰ গ্ৰন্থখনৰ নাম কি ?

( What is the name of the book writers by Hiuen Tsang ?

উত্তৰঃ হিউৱেন চাঙৰ গ্ৰন্থখনৰ নাম হল চি-ইউ-কি ।


৯। তবকাত-ই-নচিৰিৰ ৰচক কোন ?

( Who was the author of Tabqat -i -Nasiri )

উত্তৰঃ তবকাত-ই-নচিৰিৰ ৰচক হল মিনহাজউদ্দিন চিৰাজ ।


১০। এপিগ্ৰাফী মানে কি ?

( What is Epigraphy ?)

উত্তৰঃ ইতিহাসৰ সমল হিচাপে লিপিসমূহৰ যি গুৰুত্ব আছে সেই লিপিসমূহৰ অধ্যয়নক এপিগ্ৰাফী হিচাপে জনা যায় । 


চমু প্ৰশ্ন ( Short answer)

১। প্ৰাচীন অসমত ৰচিত দুখন ধৰ্মীয় গ্ৰন্থৰ নাম লিখা ।

( Write the name of two religious texts written ancient Assam.)

উত্তৰঃ প্ৰাচীন অসমত ৰচিত দুখন ধৰ্মীয় গ্ৰন্থৰ নাম হল

ক) হৰ-গৌৰী সংবাদ ।

খ) হৰ-গৌৰী  বিলাস ।


২। প্ৰাচীন অসমৰ বিষয়ে উল্লেখ থকা দুখন বৌদ্ধ সাহিত্যৰ নাম লিখা ।

( Write the name of two Buddhist texts which contain information about ancient Assam )

উত্তৰঃ প্ৰাচীন অসমৰ বিষয়ে উল্লেখ থকা দুখন বৌদ্ধ সাহিত্যৰ নাম হল ক) দিগ নিকায় 

       খ) সমুক্ত নিকায় 


৩। প্ৰাচীন অসমৰ দুখন লিপি উল্লেখ কৰা ।

(Mention two inscriptions of ancient Assam)

উত্তৰঃ প্ৰাচীন অসমৰ দুখন লিপি হল 

ক) উমাচল শিলালিপি ।

খ) বৰগংগা শিলালিপি ।


৪। ভাস্কৰ বৰ্মনৰ দুখন লিপি উল্লেখ কৰা ।

( Mention two inscriptions of Bhaskar barman)

উত্তৰঃ ভাস্কৰ বৰ্মনৰ দুখন লিপি হল 

ক) ডুবি তাম্ৰলিপি ।

খ)  নিধানপুৰ তাম্ৰলিপি ।


৫। হৰ্জৰ বৰ্মনৰ দুখন লিপি উল্লেখ কৰা ।

(Mention two inscription Harjar varman )

উত্তৰঃ হৰ্জৰ বৰ্মনৰ দুখন লিপি হল 

ক) তেজপুৰ শৈলশাসন ।

খ) হয়ুন্ঠাল শৈলশাসন ।


4৬। প্ৰাচীন অসমৰ দুটা জনগোষ্ঠীৰ নাম লিখা ।

(Write the name of two tribes ancient Assam)_

উত্তৰঃ প্ৰাচীন অসমৰ দুটা জনগোষ্ঠীৰ নাম হল 

ক) অষ্ট্ৰিক গোষ্ঠী ।

খ) নেগ্ৰিট গোষ্ঠী ।


৭। মঙ্গোলীয়সকলৰ বিষয়ে উল্লেখ থকা দুখন প্ৰাচীন সাহিত্যৰ নাম লিখা ।

( Write the name of two ancient literature where mentions of mongoloid has found )

উত্তৰঃ মঙ্গোলীয়সকলৰ বিষয়ে উল্লেখ থকা দুখন প্ৰাচীন সাহিত্যৰ নাম হল ক) The secret history of the mongols .

              খ) Epic of jangar .



৮। অসম( ডিমা হাচাও) আৰু দক্ষিণ পূৱ এছিয়াৰ মাজত থকা দুটা সাংস্কৃতিক সাদৃশ্য উল্লেখ কৰা ।

( Mention two cultural similarites between Assam and south east Asia.)

উত্তৰঃ  অসম আৰু দক্ষিণ পূৱ এছিয়াৰ মাজত থকা দুটা সাংস্কৃতিক উদ্দেশ্য হল 

ক) উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত বিশেষকৈ অসমৰ ৰঙালী বিহু বা বহাগ বিহু, অৰুণাচলৰ চেংকেন উৎসৱ , লাও পিডিয়াৰ পি মাই উৎসৱ , থাইলেণ্ডৰ সংক্ৰণ উৎসৱৰ আতিগুৰি আৰু পৰম্পৰাৰ মাজত সাদৃশ্য দেখা যায় ।়

খ) অসম আৰু অৰুণাচল প্ৰদেশত এপ্ৰিল মাহত যি নতুন বছৰৰ আৰম্ভণি হয় । দক্ষিণ পূৱ এছিয়াৰ থাইলেণ্ড লাওচতো এপ্ৰিল মাহতে নতুন বছৰৰ আৰম্ভণি হয় ।



চমু টোকা ( Short notes)

ক) ধৰ্মীয় সাহিত্য 

( Religious literature)

 উত্তৰঃ ধৰ্মীয় সাহিত্যৰ সমূহৰ পৰা প্ৰাচীন অসমৰ বিষয়ে বহু তথ্য লাভ কৰিব পাৰিছো । এই ধৰ্মীয় সাহিত্যসমূহ উত্তৰ পূৰ্বাঞ্চল আৰু চুবুৰীয়া দেশসমূহত ৰচিত হৈছিল । প্ৰাচীন অসমৰ কামাখ্যাকে ধৰি আন আন পীঠস্থানসমূহৰ বৰ্ণনা এই তান্ত্ৰিক সাহিত্যসমূহৰ পৰা যায় ।

প্ৰাচীন  অসমত ৰচিত হোৱা কেইখনমান উল্লেখযোগ্য ধৰ্মীয় সাহিত্য বা ধৰ্মীয় গ্ৰন্থ হল হৰ-গৌৰী সংবাদ আৰু হৰ-গৌৰী বিলাস । হৰ-গৌৰীসংবাদত প্ৰাচীন অসমৰ ৰাজনৈতিক আৰু সাংস্কৃতিক জীৱনৰ তথ্য পোৱা যায় । আৰু হৰ-গৌৰী বিলাসত প্ৰাচীন অসমৰ ভৌগলিক বিৱৰণৰ লগতে পৌৰানিক ৰজাসকলৰ বিৱৰণ পোৱা যায় । কেইখনমান উল্লেখযোগ্য ধৰ্মীয় সাহিত্য হল ডাকাৰ্ণৱতন্ত্ৰ , কামৰত্নতন্ত্ৰ, বোধিচিত্তবিৱৰণ, যোগশতক ইত্যাদি । 


খ) লিপি ( Epigraphy)

উত্তৰঃ ইতিহাসৰ সমল হিচাপে লিপিসমূহৰ যি গুৰুত্ব আছে সেই লিপিসমূহৰ অধ্যয়নক এপ্ৰিগ্ৰাফী হিচাপে জনা যায় । এপিগ্ৰাফিক অধ্যয়নে সমসাময়িক তথ্যৰ যোগান ধৰে । লিপিসমূহ বিভিন্ন মাধ্যমৰ ওপৰত খোদিত কৰা হৈছিল । যেনে- শিল, ব্ৰঞ্জৰ মূত্তি, পোৰামাটি, বিভিন্ন বাচন-বৰ্তন, ইত্যাদি । লিপিসমূহত সাধাৰণতে খোদিত কৰোতাজনৰ নাম, চন,তাৰিখ, উদ্দেশ্য আদি খোদিত কৰোৱা হৈ থাকে । এই লিপিসমূহৰ সঠিক বিশ্লেষণৰ দ্বাৰা সমসাময়িক সমাজখনৰ বিষয়ে বহুত তথ্য জানিব পাৰি । প্ৰাচীন অসমৰ ৰাজনৈতিক, সামাজিক, আৰু ধৰ্মীয় ইতিহাস ৰচনাৰ বাবে তথ্য যোগান ধৰা বহুতো লিপি উদ্ধাৰ কৰা হৈছে । এই লিপিসমূহৰ অধ্যয়ন আৰু সমসাময়িক অন্যান্য লিপি তথা অন্যান্য সমলসমূহৰ লগত তুলনা কৰি বহু ঔতিহাসিক তথ্য পোহৰলৈ আহিছে । সমুদ্ৰগুপ্তৰ এল াহাবাদ লিপিত পোন প্ৰথমবাৰৰ বাবে কামৰূপ শব্দটিৰ উল্লেখ পোৱা গৈছে । এই লিপিসমূহৰ তথ্যৰ ভিত্তিতেই বৰ্মণসকলৰ পাছত ক্ৰমে শালস্তম্ভ আৰু পালবংশৰ ৰজাসকলে প্ৰাচীন অসমত শাসন কৰিছিল বুলি জানিব পৰা গৈছে । 


গ) প্ৰাচীন অসমৰ প্ৰব্ৰজনৰ পথ ( Migration routes of ancient Assam)

উত্তৰঃ প্ৰাচীন অসমৰ ভৌগলিক সীমাৰ পাৰ্থক্য দেখা যায় । প্ৰাচীন অসমৰ ভৌগলিক বহল পৰিসীমা সময়ে সময়ে পৰিৱৰ্তিত হৈ থকাৰ কথাও প্ৰাপ্ত তথ্যসমূহৰ পৰা জানিব পৰা গৈছে । প্ৰাচীন কালত অসম বুলি কলে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলকে সামৰি লোৱা দেখা গৈছিল । সেই সময়ত অসম নামটোৰ প্ৰচলন নাছিল । পূৰ্বতে প্ৰাগজ্যোতিষ আৰু পৰৱৰ্তী সময়ত কামৰূপ, কামৰূপ-কমতা আদি নামেৰেহে এই ভূ-খণ্ড আছিল । প্ৰাচীন অসম প্ৰাকৃতিকভাৱে সুৰক্ষিত আছিল । প্ৰাচীন অসমৰ জনগাঠনিত বিশ্বৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ উপাদান লক্ষ্য কৰা যায় । এই অঞ্চলটো বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰিপূৰ্ণ যাদুঘৰ আখ্যা দিছে । এি জনজাতিসমূহ কেতিয়া আৰু কেনেকৈ আহি অসমত বসতি আৰম্ভ কৰিলে তাৰ সঠিক তথ্য পোৱা নাই । 


ঘ) প্ৰাচীন অসমৰ জনগাঠনি ( People of ancient Assam)

উত্তৰঃ প্ৰাচীন অসমৰ জনগাঠনিত বিশ্বৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ উপাদান লক্ষ্য কৰা যায় । এই অঞ্চলটো বিভিন্ন জাতি-জনগোষ্ঠীৰ  পৰিপূৰ্ণ যাদুঘৰ বুলি কোৱা হৈছে । অসমখন প্ৰব্ৰজনৰ পথত অৱস্থিত । ভৌগোলিকভাৱে উত্তৰ-পূৰ্বাঞ্চললৈ চাৰিওফালৰ পৰা জনপ্ৰব্ৰজনৰ সংযোগী পথ সৃষ্টি হৈছিল । সেয়েহে বিভিন্ন সময়ত বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰব্ৰজনৰ সময়ত বহু জনগোষ্ঠীৰ উপাদান লগ হৈ বৃহত্তৰ সমাজখনৰ সৃষ্টি হৈছে । প্ৰাচীন ্সমৰ জনগাঠনিৰ সৃষ্টিত অৰিহণা যোগোৱা প্ৰধান জনগোষঠীসমূহ হল 

ক) অষ্ট্ৰিক গোষ্ঠী ।

খ) নেগ্ৰিট গোষ্ঠী ।

গ) মঙ্গোলীয়সকল ।

ঘ) ককেচীয়সকল ।

ঙ) অলপাইনসকল ।

চ) দ্ৰাবিড়সকল ।

ছ) আৰ্যসকল । 


ঙ) ডিমা হাচাওৰ শিলৰ জাৰ( Stone jar of Dima Hasao)

উত্তৰঃ পুৰাতাত্বিক সমলসমূহেও প্ৰাচীন অসম আৰু দক্ষিণ-পূব এছিয়াৰ মাজত থকা সাংস্কৃতিক সংযোগৰ সাক্ষ্য বহন কৰিছে । এই দুই অঞ্চলৰ মাজত সাংস্কৃতিক সংযোগৰ সাক্ষ্য বহন কৰা প্ৰধান সমলসমূহ হল দিমা হাচাওত আৱিস্কৃত শিলৰ জাৰসমূহ । অসমৰ দক্ষিণ অঞ্চলৰ অৱস্থিত পূৰ্বৰ উত্তৰ কাছাৰ জিলা বা বৰ্তমানৰ ডিমা হাচাও জিলাত প্ৰাগ-ঐতিহাসিক যুগৰ পৰা আৰম্ভ কৰি মধ্যযুগৰ সাক্ষ্য বহন কৰা বহুতো পুৰাতাত্ত্বিক সমল উদ্ধাৰ হৈছে । এই সমলসমূহৰ ভিতৰত শিলৰ জাৰসমূহ বিশেষভাৱে উল্লেখযোগ্য । পূৰ্বতে ১৯৩২ চনতে জে. পি. মিলছ আৰু জে.এইচ. হাটনে এই জাৰসমূহৰ বিষয়ে উল্লেখ কৰিছিল । তেওঁলোকে এনে জাৰসমূহ প্ৰত্যক্ষ কৰা স্থানসমূহ আছিল উত্তৰ কাছাৰ জিলাৰ ৰলাডেন কাৰ্টং আৰু নুডলগে। ডিমা হাচাওৰ বাহিৰে ভাৰতৰ অন্য কোনো স্থানৰ পৰা এনে জাৰ উদ্ধাৰ হোৱা নাই । এই জাৰসমূহ কোনো প্ৰাচীন জনগোষ্ঠীয়ে তেওঁলোকৰ পূৰ্বপুৰুষৰ হাড় সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰিছিল বুলি অনুমান কৰা হৈছে । মিল আৰু হাটনেে এই জাৰসমূহৰ মাজৰ এটা জাৰত এডাল হাড় উদ্ধাৰ কৰিছিল । পাছত মিষ্টাৰ কলভাৰ্টে এইডাল মানুহৰ হাড় হিচাপে চিনাক্ত কৰিছে । এই চিনাক্তকৰণে ডিমা-হাচাও অঞ্চলত অতীতত মানুহৰ বসতি চিনাক্ত কৰিছে । এই অঞ্চলটো পাহাৰৰ একেবাৰে ওখ ঠাইত অৱস্থিত হোৱাৰ লগতে মেঘালয়ৰ সমীপৱৰ্তী অঞ্চল । বৰ্তমানৰ মেঘালয়ৰ খাচী পাহাৰত বসতি কৰা লোকসকলৰ মাজত পূৰ্বপুৰুষৰ হাড় সংৰক্ষণৰ পৰম্পৰা প্ৰচলিত আছে । খাচীসকলৰ মৰাশ সৎকাৰ পদ্ধতিৰ লগত এই জাৰসমূহৰ সম্পৰ্ক থকা বুলি বহুতো পণ্ডিতে মতপোষণ কৰিছে ।


ৰচনাধৰ্মী প্ৰশ্ন ( Essay type questions)

১। প্ৰাচীন অসমৰ সাহিত্যৰ সমলসমূহৰ বিষয়ে আলোচনা কৰা ।

( Discuss about the literacy source of ancient Assam)

উত্তৰঃ সাহিত্যিক সমলসমূহে প্ৰাচীন অসমৰ বিভিন্ন তথ্য যোগান  ধৰিছে ।  সেইছোৱা সময়ত প্ৰাচীন অসমত বহুতো সাহিত্য ৰচিত হৈছিল । প্ৰাচীন অসমৰ বিষয়েতথ্য যোগান ধৰা সাহিত্যসমূহক দুটা ভাগত ভাগ কৰা হৈছে আৰু সেইভাগকেইটা হল দেশীয় সাহিত্য আৰু বৈদেশীক সাহিত্য । দেশীয় সাহিত্যসমূহ প্ৰাচীন অসমৰ ভৌগোলিক সীমাৰ ভিতৰত ৰচনা হোৱাৰ উপৰিও ভাৰতৰ অন্যান্য প্ৰান্তত ৰচিত বহু সাহিত্যৰ পৰাও প্ৰাচীন অসমত সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাহিত্যিক আদি বহুতো তথ্য সন্নিৱিষ্ট হৈ আছে । বৈদিক সাহিত্য সমূহৰ পৰা আৰ্যসম্প্ৰসাৰণৰ বিভিন্ন তথ্য পোৱা যায় । বৈদিক সাহিত্য আৰু পৰৱৰ্তী বৈদিক সাহিত্য সমূহত আৰ্যসকলৰ প্ৰব্ৰজন, ভাৰতৰ বিভিন্ন ঠাইত বসতি আৰ্যসকলৰ বসতি, আৰ্যসকলৰ লগত অনাৰ্যসকলৰ সম্পৰ্ক আদি বিভিন্ন তথ্য নিহিত হৈ আছে । ভাৰতৰ উত্তৰ পূব প্ৰান্তলৈ আৰ্য সংস্কৃতিৰ আগ্ৰাসনৰ বিষয়ে বিভিন্ন তথ্য এই বৈদিক সাহিত্যসমূহে যোগান ধৰিছে । আৰ্যসকলে সাদানিৰা নৈৰ পূব অংশলৈকৈ বসতি বিস্তাৰ কৰাৰ কথা ব্ৰাহ্মণ্য সাহিত্য শতপথ ব্ৰাহ্মণ গ্ৰন্থত উল্লেখ আছে । বৰ্তমানৰ ঐতিহাসিকবিদসকলে এই সাদানিয়া নৈখনক কৰতোৱা নদী বুলি চিনাক্ত কৰিছে । এই কৰতোৱা নদীখন প্ৰাগজ্যোতিষ ৰাজ্যৰ পশ্চিম সীমা আছিল . অন্য এখন ৰাজ্য ব্ৰাহ্মণ সাহিত্য ঐতিৰীয় ব্ৰাহ্মণত কামৰূপ ৰাজ্যলৈ আৰ্যসম্প্ৰসাৰণৰ কথা উল্লেখ আছে । তাৰোপৰি গো-পথ-ব্ৰাহ্মণ গ্ৰন্থত কোমৰূপ নামৰ উ সাহিত্যিক সমলসমূহে প্ৰাচীন অসমৰ বিভিন্ন তথ্য যোগান  ধৰিছে ।  সেইছোৱা সময়ত প্ৰাচীন অসমত বহুতো সাহিত্য ৰচিত হৈছিল । প্ৰাচীন অসমৰ বিষয়েতথ্য যোগান ধৰা সাহিত্যসমূহক দুটা ভাগত ভাগ কৰা হৈছে আৰু সেইভাগকেইটা হল দেশীয় সাহিত্য আৰু বৈদেশীক সাহিত্য । দেশীয় সাহিত্যসমূহ প্ৰাচীন অসমৰ ভৌগোলিক সীমাৰ ভিতৰত ৰচনা হোৱাৰ উপৰিও ভাৰতৰ অন্যান্য প্ৰান্তত ৰচিত বহু সাহিত্যৰ পৰাও প্ৰাচীন অসমত সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাহিত্যিক আদি বহুতো তথ্য সন্নিৱিষ্ট হৈ আছে । বৈদিক সাহিত্য সমূহৰ পৰা আৰ্যসম্প্ৰসাৰণৰ বিভিন্ন তথ্য পোৱা যায় । বৈদিক সাহিত্য আৰু পৰৱৰ্তী বৈদিক সাহিত্য সমূহত আৰ্যসকলৰ প্ৰব্ৰজন, ভাৰতৰ বিভিন্ন ঠাইত বসতি আৰ্যসকলৰ বসতি, আৰ্যসকলৰ লগত অনাৰ্যসকলৰ সম্পৰ্ক আদি বিভিন্ন তথ্য নিহিত হৈ আছে । ভাৰতৰ উত্তৰ পূব প্ৰান্তলৈ আৰ্য সংস্কৃতিৰ আগ্ৰাসনৰ বিষয়ে বিভিন্ন তথ্য এই বৈদিক সাহিত্যসমূহে যোগান ধৰিছে । আৰ্যসকলে সাদানিৰা নৈৰ পূব অংশলৈকৈ বসতি বিস্তাৰ কৰাৰ কথা ব্ৰাহ্মণ্য সাহিত্য শতপথ ব্ৰাহ্মণ গ্ৰন্থত উল্লেখ আছে । বৰ্তমানৰ ঐতিহাসিকবিদসকলে এি সাদানিয়া নৈখনক কৰতোৱা নদী বুলি চিনাক্ত কৰি্ছে । েই কৰতোৱা নদীখন প্ৰাগজ্যোতিষ ৰাজ্যৰ পশ্চিম সীমা আছিল । অন্য এখন ব্ৰাহ্মণ সাহিত্য ঐতিৰীয় ব্ৰাহ্মণত কামৰূপ ৰাজ্যলৈ আৰ্যবসতিৰ কথা উল্লেখ কৰিছে সাহিত্যিক সমলসমূহে প্ৰাচীন অসমৰ বিভিন্ন তথ্য যোগান  ধৰিছে ।  সেইছোৱা সময়ত প্ৰাচীন অসমত বহুতো সাহিত্য ৰচিত হৈছিল । প্ৰাচীন অসমৰ বিষয়েতথ্য যোগান ধৰা সাহিত্যসমূহক দুটা ভাগত ভাগ কৰা হৈছে আৰু সেইভাগকেইটা হল দেশীয় সাহিত্য আৰু বৈদেশীক সাহিত্য । দেশীয় সাহিত্যসমূহ প্ৰাচীন অসমৰ ভৌগোলিক সীমাৰ ভিতৰত ৰচনা হোৱাৰ উপৰিও ভাৰতৰ অন্যান্য প্ৰান্তত ৰচিত বহু সাহিত্যৰ পৰাও প্ৰাচীন অসমত সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাহিত্যিক আদি বহুতো তথ্য সন্নিৱিষ্ট হৈ আছে । বৈদিক সাহিত্য সমূহৰ পৰা আৰ্যসম্প্ৰসাৰণৰ বিভিন্ন তথ্য পোৱা যায় । বৈদিক সাহিত্য আৰু পৰৱৰ্তী বৈদিক সাহিত্য সমূহত আৰ্যসকলৰ প্ৰব্ৰজন, ভাৰতৰ বিভিন্ন ঠাইত বসতি আৰ্যসকলৰ বসতি, আৰ্যসকলৰ লগত অনাৰ্যসকলৰ সম্পৰ্ক আদি বিভিন্ন তথ্য নিহিত হৈ আছে । ভাৰতৰ উত্তৰ পূব প্ৰান্তলৈ আৰ্য সংস্কৃতিৰ আগ্ৰাসনৰ বিষয়ে বিভিন্ন তথ্য এই বৈদিক সাহিত্যসমূহে যোগান ধৰিছে । আৰ্যসকলে সাদানিৰা নৈৰ পূব অংশলৈকৈ বসতি বিস্তাৰ কৰাৰ কথা ব্ৰাহ্মণ্য সাহিত্য শতপথ ব্ৰাহ্মণ গ্ৰন্থত  উল্লেখ আছে । ২। প্ৰাচীন অসমৰ পুৰাতাত্ত্ সমলসমূহে প্ৰাচীন অসমৰ বিভিন্ন তথ্য যোগান  ধৰিছে ।  সেইছোৱা সময়ত প্ৰাচীন অসমত বহুতো সাহিত্য ৰচিত হৈছিল । প্ৰাচীন অসমৰ বিষয়েতথ্য যোগান ধৰা সাহিত্যসমূহক দুটা ভাগত ভাগ কৰা হৈছে আৰু সেইভাগকেইটা হল দেশীয় সাহিত্য আৰু বৈদেশীক সাহিত্য । দেশীয় সাহিত্যসমূহ প্ৰাচীন অসমৰ ভৌগোলিক সীমাৰ ভিতৰত ৰচনা হোৱাৰ উপৰিও ভাৰতৰ অন্যান্য প্ৰান্তত ৰচিত বহু সাহিত্যৰ পৰাও প্ৰাচীন অসমত সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাহিত্যিক আদি বহুতো তথ্য সন্নিৱিষ্ট হৈ আছে । বৈদিক সাহিত্য সমূহৰ পৰা আৰ্যসম্প্ৰসাৰণৰ বিভিন্ন তথ্য পোৱা যায় । বৈদিক সাহিত্য আৰু পৰৱৰ্তী বৈদিক সাহিত্য সমূহত আৰ্যসকলৰ প্ৰব্ৰজন, ভাৰতৰ বিভিন্ন ঠাইত বসতি আৰ্যসকলৰ বসতি, আৰ্যসকলৰ লগত অনাৰ্যসকলৰ সম্পৰ্ক আদি বিভিন্ন তথ্য নিহিত হৈ আছে । ভাৰতৰ উত্তৰ পূব প্ৰান্তলৈ আৰ্য সংস্কৃতিৰ আগ্ৰাসনৰ বিষয়ে বিভিন্ন তথ্য এই বৈদিক সাহিত্যসমূহে যোগান ধৰিছে । আৰ্যসকলে সাদানিৰা নৈৰ পূব অংশলৈকৈ বসতি বিস্তাৰ কৰাৰ কথা ব্ৰাহ্মণ্য সাহিত্য শতপথ ব্ৰাহ্মণ গ্ৰন্থত উল্লেখ আছে । বৰ্তমানৰ ঐতিহাসিকবিদসকলে এই সাদানিয়া নৈখনক কৰতোৱা নদী বুলি চিনাক্ত কৰিছে । এই কৰতোৱা নদীখন প্ৰাগজ্যোতিষ ৰাজ্যৰ পশ্চিম সীমা আছিল . অন্য এখন ৰাজ্য ব্ৰাহ্মণ সাহিত্য ঐতিৰীয় ব্ৰাহ্মণত কামৰূপ ৰাজ্যলৈ আৰ্যসম্প্ৰসাৰণৰ কথা উল্লেখ আছে । তাৰোপৰি গো-পথ-ব্ৰাহ্মণ গ্ৰন্থত কোমৰূপ নামৰ উ সাহিত্যিক সমলসমূহে প্ৰাচীন অসমৰ বিভিন্ন তথ্য যোগান  ধৰিছে ।  সেইছোৱা সময়ত প্ৰাচীন অসমত বহুতো সাহিত্য ৰচিত হৈছিল । প্ৰাচীন অসমৰ বিষয়েতথ্য যোগান ধৰা সাহিত্যসমূহক দুটা ভাগত ভাগ কৰা হৈছে আৰু সেইভাগকেইটা হল দেশীয় সাহিত্য আৰু বৈদেশীক সাহিত্য । দেশীয় সাহিত্যসমূহ প্ৰাচীন অসমৰ ভৌগোলিক সীমাৰ ভিতৰত ৰচনা হোৱাৰ উপৰিও ভাৰতৰ অন্যান্য প্ৰান্তত ৰচিত বহু সাহিত্যৰ পৰাও প্ৰাচীন অসমত সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাহিত্যিক আদি বহুতো তথ্য সন্নিৱিষ্ট হৈ আছে । বৈদিক সাহিত্য সমূহৰ পৰা আৰ্যসম্প্ৰসাৰণৰ বিভিন্ন তথ্য পোৱা যায় । বৈদিক সাহিত্য আৰু পৰৱৰ্তী বৈদিক সাহিত্য সমূহত আৰ্যসকলৰ প্ৰব্ৰজন, ভাৰতৰ বিভিন্ন ঠাইত বসতি আৰ্যসকলৰ বসতি, আৰ্যসকলৰ লগত অনাৰ্যসকলৰ সম্পৰ্ক আদি বিভিন্ন তথ্য নিহিত হৈ আছে । ভাৰতৰ উত্তৰ পূব প্ৰান্তলৈ আৰ্য সংস্কৃতিৰ আগ্ৰাসনৰ বিষয়ে বিভিন্ন তথ্য এই বৈদিক সাহিত্যসমূহে যোগান ধৰিছে । আৰ্যসকলে সাদানিৰা নৈৰ পূব অংশলৈকৈ বসতি বিস্তাৰ কৰাৰ কথা ব্ৰাহ্মণ্য সাহিত্য শতপথ ব্ৰাহ্মণ গ্ৰন্থত উল্লেখ আছে । বৰ্তমানৰ ঐতিহাসিকবিদসকলে এি সাদানিয়া নৈখনক কৰতোৱা নদী বুলি চিনাক্ত কৰি্ছে । েই কৰতোৱা নদীখন প্ৰাগজ্যোতিষ ৰাজ্যৰ পশ্চিম সীমা আছিল । অন্য এখন ব্ৰাহ্মণ সাহিত্য ঐতিৰীয় ব্ৰাহ্মণত কামৰূপ ৰাজ্যলৈ আৰ্যবসতিৰ কথা উল্লেখ কৰিছে সাহিত্যিক সমলসমূহে প্ৰাচীন অসমৰ বিভিন্ন তথ্য যোগান  ধৰিছে ।  সেইছোৱা সময়ত প্ৰাচীন অসমত বহুতো সাহিত্য ৰচিত হৈছিল ।


২। প্ৰাচীন অসমৰ পুৰাতাত্ত্বিক সমলসমূহৰ বিষয়ে এটি টোকা লিখা ।

( Write a note on the archeological sources of ancient Assam)

উত্তৰঃ পুৰাতত্ত্ব মানে হল চিন-মোকাম । এই অতীতৰ চিন-মোকামসমূহৰ অধ্যয়নেই হল পুৰাতাত্ত্বিক অধ্যয়ন । আদিম যুগৰ পৰা মানুহৰ বিৱৰ্তনৰ ইতিহাস পুনৰ নিৰ্মাণৰ বাবে তথ্যৰ যোগান ধৰা পুৰাতাত্ত্বিক উ ৎস আৰু আহিলাসমূহ হল বিভিন্ন জীৱ আৰু উদ্ভিদৰ জীৱাশ্মসমূহ , আদিম মানুহৰ কংকাল আৰু হাড় বিভিন্ন জীৱ-জন্তুৰ হাড়, মাছৰ কাইট, বিভিন্ন উদ্ভিদ আৰু শস্যৰ অৱশিষ্ট , শৈলচিত্ৰ, আদিম মানুহে ব্যৱহাৰ কৰা বিভিন্ন শিলৰ আহিলা, মাটিৰ পাত্ৰ, ধাতুৰ আহিলা আচবাব, অস্ত্ৰ-শস্ত্ৰ, প্ৰাচীন ধ্বংসাৱশেষ ইত্যাদি । আদিম সময়ৰ কংকাল, হাড়, জীৱৰ জীৱাশ্ম, আৰু বিভিন্ন প্ৰাচীন জীৱৰ সন্ধান দিব পৰা উ ৎস সমূহ অধ্যয়ন কৰা বিভাগটো হল প্ৰত্নপ্ৰাণীবিজ্ঞান । প্ৰত্নপ্ৰাণীবিজ্ঞানে হলচেন যুগৰ আগৰ জীৱৰ বিকাশৰ বিষয়ে অধ্যয়ন কৰে । যিসকল বিজ্ঞানীয়ে প্ৰাচীন উদ্ভিদৰ ওপৰত অধ্যয়ন কৰে তেোলোকক প্ৰত্ন প্ৰাণীবিদ্যাবিদ আৰু যিসকল বিজ্ঞানীয়ে প্ৰাচীন উদ্ভিদৰ ওপৰত অধ্যয়ন কৰে তেওঁলোকক প্ৰত্নউদ্ভিদবিদ্যাবিদ হিচাপে জনা যায় । তেওঁলোকে বিভিন্ন জীৱৰ উ ৎপত্তিৰ পৰা আৰম্ভ কৰি বিকাশৰ বিভিন্ন স্তৰ ওপৰত অধ্যয়ন কৰে । পুৰাতাত্ত্বিক অধ্যয়নসমূহে আদি প্ৰস্তৰ যুগৰ পৰা মানুহৰ বিভিন্ন কাৰ্যকলাপ আৰু বিকাশৰ বিষয়ে অনুসন্ধান চলায় । ইতিহাসৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত এই আদিম মানুহে ব্যৱহাৰ কৰা আহিলাসমূহ হল প্ৰাথমিক উ ৎস । এই আহিলাসমূহৰ পৰা আদিম মানৱৰ জীৱন ধাৰণ প্ৰণালী খাদ্যাভ্যাস, পাৰস্পৰিক সম্পৰ্ক, সামাজিক সম্পৰ্ক আদিৰ বিষয়ে জানিব পৰা যায় । ইতিহাসৰ পুনৰ নিৰ্মাণৰ বাবে পুৰাতাত্ত্বিক উ ৎস আৰু আহিলাসমূহ সংগ্ৰহৰ ক্ষেত্ৰত সাধাৰণতে তিনিধৰণৰ উপায় অৱলম্বন কৰা দেখা যায় ।

ক) ক্ষেত্ৰ অধ্যয়ন 

খ) খননকাৰ্য্য

গ) তথ্যৰ বিশ্লেষণ


৩। প্ৰাচীন অসমৰ ভূ-ভাগ আৰু ্অধিবাসীসকলৰ বিষয়ে এখনি ৰচনা লিখা ।

(   Write on essay on the land and people of ancient Assam)

উত্তৰঃ প্ৰাচীন কালত অসম বুলি কলে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলকে সামৰি লোৱা দেখা যায় । প্ৰাচীন অসম প্ৰাকৃতিকভাৱে সুৰক্ষিত আছিল । উত্তৰে হিমালয় পৰ্বতমালাৰ অন্তৰ্গত বিভিন্ন পাহাৰ আৰু উত্তৰ পূবত পাটকাই পৰ্বতে এই অঞ্চলটোক দক্ষিণ পূব এছিয়াৰ পৰা প্ৰাকৃতিকভাৱে পৃথক কৰিছে । দক্ষিণফালে সময়ে সময়ে সাগৰলৈ বহল হোৱা এই ৰাজ্যখনৰ সাগৰীয় পথেৰেও দক্ষিণ-পূব এছিয়াৰ বিভিন্ন দেশৰ লগত সম্পৰ্ক গঢ়ি উঠিছিল । চাৰিওফালে পৰ্বত-পাহাৰ আৰু নদ-নদীয়ে প্ৰাচীন অসমখনক প্ৰাকৃতিকভাৱে সুৰক্ষিত কৰি ৰাখিছিল । এই অঞ্চলটো অতীজৰ পৰাই প্ৰাকৃতিক সম্পদত চহকী আছিল । বিভিন্ন নদ-নদী, হাবি-জংঘলেৰে ভৰা এই অঞ্চলটোত বহুতো মূল্যবান হছ-গছনি, চৰাই-চিৰিকতি, জীৱ-জন্তু আদি পোৱা গৈছিল ।

অসমৰ ভূ-খণ্ডক দুটা ভাগত ভাগ কৰা হৈছে । 

ক)ব্ৰহ্মপুত্ৰ উপত্যকা 

খ) বৰাক উপত্যকা 

মানস সৰোবৰ হ্ৰদৰ পৰা ওলোৱা মাতচাং চাংপো বা টনচক খামবোব নদীখন পাছলৈ চাংপো নামেৰে পৰিচিত আছিল । অৰুণাচলেদি বৈ আহোতে চিয়াং নামেৰে পৰিচিত এই নদীখন শদিয়াৰ ওচৰত দিবাং আৰু লুইত নামৰ তিনিখন নদী মিলিত হৈ ব্ৰহ্মপুত্ৰ নাম লৈছে । তাৰোপৰি গতি সলনি কৰাৰ ফলত ব্ৰহ্মপুত্ৰৰ মাজতো এক ডাঙৰ ভূ-খণ্ডৰ সৃষ্টি হৈছে । এই ভূ-ভাগক মাজুলী নামেৰে জনা যায় । ভূ-তাত্ত্বিক দিশৰ পৰা বিজ্ঞানীসকলে  পাহাৰ ভৈয়ামেৰে ভৰা উত্তৰ-পূৰ্বাঞ্চল অংশটো টাৰচিয়াৰী যুগত গঠন হোৱা বুলি কৈছে । এই অঞ্চলটোত যথেষ্ট পৰিমাণে খনিজ সম্পদ পোৱা যায় । এই অঞ্চলত পোৱা খনিজ সম্পদবোৰ হল খাৰুৱা তেল, কয়লা চূণশিল ইত্যাদি ।

প্ৰাচীন অসমৰ জনগাঠনিত বিশ্বৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ উপাদান লক্ষ্য কৰা যায় । নৃতত্ত্ববিদসকলে এই অঞ্চলটো বিভিন্ন জাতি জনগোষ্ঠীৰ যাদুঘৰ আখ্যা দিয়া হয় । এইজনগোষ্ঠীসমূহে কেতিয়াৰ পৰা কেনেকৈ অসমত বসতি আৰম্ভ কৰিলে তাৰ সঠিক তথ্য পোৱা নাই । বেছভাগ লোকে অসমখন আকৌ প্ৰব্ৰজনৰ পথত অৱস্থিত বুলি কৈছে । অষ্ট্ৰিক লোকসকলৰ মানুহবিলাকৰ শৰীৰত দীঘলীয়া আকৃতিৰ মূৰ, বহল নাকৰ লগতে শৰীৰৰ উচ্চতা কম হোৱা দেখা যায় । তেওঁলোকৰ গাৰ বৰণ মুগাবৰণীয়া । মনখমেৰ খাচী, চিনটেংসকলক এই জনগোষ্ঠীৰ সপ্ৰতিনিধি বুলি কোৱা হয় । অসমৰ অন্য এটা  জনগোষ্ঠী হল নেগ্ৰিটসকল । নেগ্ৰিটসকলক নগাগোষ্ঠীৰ প্ৰতিনিধি বুলি কোৱা হয় । তেওঁলোকৰ আদি বাসস্থান হল আফ্ৰিকা ।


Author:

Ali Rani Kakati  ( Ba in History Major)